পৃষ্ঠা:পৰিদৰ্শন.djvu/৭৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ পৰিদর্শন জয়ৰাম ভাবি চাই) সেয়া তুমি টকা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}জয়ৰাম—(ভাবি চাই) সেয়া তুমি টকা নিদিওঁ বুলিছিলা নহয়?
________________


{{gap}}ভদ্ৰেশ্বৰ—এৰাতোন। কোনোমতে দিব লাগিব হে!
পৰিদর্শন

জয়ৰাম ভাবি চাই) সেয়া তুমি টকা নিদিওঁ বুলিছিল নহয় ?
{{gap}}যদুনাথ—Well, boys.
ভদ্রেশ্বৰ-এৰাতােন। কোনােমতে দিব লাগিব হে। যদুনাথ-Well, boys. ল'ৰবােৰ-We. যদুনাথSit down. ল’বাবােৰWe sit down. agate-Joyram, stand up. জয়ৰাম-I stand up. যদুনাথSit down. জয়ম-I sit down.

gate --Nabin, what is this? নবীন—This is a pen. oganter-Bhadreswar, what is this? ভদ্রেশ্বৰ-This is a ink ঘটী। যদুনাথ-ঘটী, who told you ঘটী? 0644-Pot Sir, pot. যদুনাথ-ঘটী কোনে কলে, গৰু ?
{{gap}} ল'ৰাবোৰ—We.
ভদ্ৰেশ্বৰঘৰত পঢ় মাষ্টাৰে কৈছিল, ছাৰ, Pot অর্থে বটী। gate-Pot acero i Say, this is an ink-pot.

| [ ৭২ ]
{{gap}}যদুনাথ—Sit down.

{{gap}} ল’বাবোৰ—We sit down.

{{gap}}যদুনাথ—Joyram, stand up.

{{gap}}জয়ৰাম—I stand up.

{{gap}}যদুনাথ—Sit down.

{{gap}}জয়ৰাম—I sit down.

{{gap}}যদুনাথ—Nabin, what is this?

{{gap}}নবীন—This is a pen.

{{gap}}যদুনাথ—Bhadreswar, what is this?

{{gap}}ভদ্ৰেশ্বৰ—This is a ink ঘটী।

{{gap}}যদুনাথ—ঘটী, who told you ঘটী?

{{gap}}ভদ্ৰেশ্বৰ—Pot Sir, pot.

{{gap}}যদুনাথ—ঘটী কোনে কলে, গৰু?

{{gap}}ভদ্ৰেশ্বৰ—ঘৰত পঢ়ুৱা মাষ্টাৰে কৈছিল, ছাৰ, Pot অৰ্থে ঘটী।

{{gap}}যদুনাথ—Pot অৰ্থে ঘটী। Say, this is an ink-pot.

<center>[ ৭২ ]</center>