পৃষ্ঠা:পৰিদৰ্শন.djvu/৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ बद्ध ভদ্ৰেশ্বৰ-মন্ত্ৰটো শিকিলােৱে। তাক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||মন্ত্ৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ভদ্ৰেশ্বৰ—মন্ত্ৰটো শিকিলোৱে। তাক একো নিদিলে নহয় নে হে? একো নিদিলে আকা?
________________


{{gap}}জয়ৰাম—সি নফলে বুলি—
बद्ध

ভদ্ৰেশ্বৰ-মন্ত্ৰটো শিকিলােৱে। তাক একো নিদিলে নহয় নে হে ? একো নিদিলে আকা?
{{gap}}(ইফালে যদুনাথ মাষ্টাৰে ভদ্ৰেশ্বৰৰ নাম মাতিলে দুবাৰো। জয়ৰামৰ নাম পাচত। ইহঁত দুয়ো কথাত ইমান ভোল গৈ আছে যে মাষ্টাৰৰ মাত মুশুনিলে। মাষ্টাৰে ভদ্ৰেশ্বৰক দেখিছে। সিফালে তাচৰ খং। ইফালে হেড্ মাষ্টাৰৰ বকনি, সকলোৱে মিলি যদুৰ খং মূৰ পালেগৈ। খং কৰি “ভদ্ৰেশ্বৰ গৰু নামাত কিয়” বুলি গৰ্জ্জন কৰাত জয়ৰাম আৰু ভদ্ৰেশ্বৰৰ কথাত বাধা পৰিল।)
জয়ৰামসি নফলে বুলি

(ইফালে যদুনাথ মাষ্টাৰে ভদ্রেশ্বৰৰ নাম মাতিলে দুবাৰৰ। জয়ৰামৰ নাম পাচত। ইহঁত দুয়ে কথাত ইমান ভােল গৈ আছে যে মাষ্টাৰৰ মত মুশুনিলে। মাষ্টাৰে ভদ্ৰেশ্বৰক দেখিছে। সিফালে তাচৰ খং। ইফালে হেড মাষ্টাৰৰ বকনি, সকলােৱে মিলি যদুৰ থং মূৰ পালেগৈ। খৎ কৰি “ভদ্রেশ্বৰ গৰু নামাত কিয়” বুলি গৰ্জন কৰাত জয়ৰাম আৰু ভদ্রেশ্বৰৰ কথাত বাধা পৰিল।)
যদুনাথ-ভদ্ৰেশ্বৰ গৰু নামাত কিয়? ভদ্রেশ্বৰ-শুনাই নাই, ছাৰ !
{{gap}}যদুনাথ—ভদ্ৰেশ্বৰ গৰু নামাত কিয়?

যদুনাথ-শুনাই নাই ছাৰ। কি কৰিছিল ছাৰ কাণত কি সােমাইছিল ছাৰ? তােমাৰ কাৰণে বেল কোবাব লাগে নেকি ছাৰ! উঠি আহ এই ফালে।
{{gap}}ভদ্ৰেশ্বৰ—শুনাই নাই, ছাৰ!
ভদ্রেশ্বৰ– অণ্ঠ-কণ্ঠ শুকাই উঠি যায়।) জয়ৰাম-হেৰা, মন্ত্ৰটো গাই যাবা। ভদ্রেশ্বৰ-ফুচ ফুচ, কৰি মন্ত্র গাই যায়।)।

যদুনাথ-( ভদ্রেশ্বৰৰ কাণত পৰি আৰু দুই গালে দুই চৰ বহুৱায়) কি ছাৰ ! আৰু মুশুনিবানে ছাৰ! যা গৰুটো।
{{gap}}যদুনাথ—শুনাই নাই ছাৰ! কি কৰিছিলা ছাৰ? কাণত কি সোমাইছিল ছাৰ? তোমাৰ কাৰণে বেল কোবাব লাগে নেকি ছাৰ! উঠি আহ এই ফালে।
ভদ্রেশ্বৰ ফিৰি গৈ জয়ৰামক অকলে (কি হে এইবাৰ দেখােন নফলিল।)

| [ ৭১ ]
{{gap}}ভদ্ৰেশ্বৰ—(অণ্ঠ-কণ্ঠ শুকাই উঠি যায়।)

{{gap}}জয়ৰাম—হেৰা, মন্ত্ৰটো গাই যাবা।

{{gap}}ভদ্ৰেশ্বৰ—(ফুচ্ ফুচ্ কৰি মন্ত্ৰ গাই যায়।)

{{gap}}যদুনাথ—( ভদ্ৰেশ্বৰৰ কাণত ধৰি আৰু দুই গালে দুই চৰ বহুৱায়) কি ছাৰ! আৰু নুশুনিবানে ছাৰ! যা গৰুটো!

{{gap}}ভদ্ৰেশ্বৰ—(ফিৰি গৈ জয়ৰামক অকলে (কি হে এইবাৰ দেখোন নফলিল।)

<center>[ ৭১ ]</center>