পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ম মৰিল, মৰিল। (বাটেৰে এজন চিপাহী গৈ আছিল, সি এই হাহা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||মন্ত্ৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
মৰিল, মৰিল। (বাটেৰে এজন চিপাহী গৈ আছিল, সি এই
মৰিল, মৰিল। (বাটেৰে এজন চিপাহী গৈ আছিল, সি এই
হাহাকাৰ শুনি সােমাই আহিল।) এইয়া, চোৱা, মৰিল,
হাহাকাৰ শুনি সোমাই আহিল।) এইয়া, চোৱা, মৰিল,মাৰিলে। (যদুক দেখি) অ' আমাৰ দেউতা, তেৱোঁ মৰা নাই,এইবাৰ ৰক্ষা। (চিপাহী দেখি আটায়ে অলপ শান্ত হ'ল।)

মাৰিলে। (যহক দেখি) অ' আমাৰ দেউতা, তেৱো মৰা নাই,
{{gap}}যদুনাথ—এই আপদটো! চিপাহীক মাতি আনিছ কেলেই, গাধাটো।
এইবাৰ ৰক্ষা। (চিপাহী দেখি আটায়ে অলপ শান্ত হল।)

যদুনাথ—এই আপটে!! চিপাহীক মাতি আনিছ
{{gap}}মনাই—মই হে হলোঁ গাধা! চিপাহী নহয়, হাৱালদাৰ।
কেলেই, গাখাটো।
এওঁ নোহোৱা হলে দেখোন সেই দুপাতে জোবোৰা-জোবোৰি
মনাই—মই হে হলো গাধা। চিপাহী নহয়, হাৱাৰ।
এওঁ নােহােৱা হলে সেখােন সেই দুপাতে জোবােৰা-জোবােৰি
কৰি মৰিলেইহেঁতেন।
কৰি মৰিলেইহেঁতেন।

হালদাৰ-কি হৈছে বাবু আপােনালােকৰ? অপােনা-
লােক ভদ্র মানুহ, এইখন কি হাল্লা পাতিছে।
{{gap}}হাৱালদাৰ—কি হৈছে বাবু আপোনালোকৰ? অপোনালোক ভদ্ৰ মানুহ, এইখন কি হাল্লা পাতিছে।

যদুনাথ-একো হাল্লা নাই হালাৰ চাহাব। মােৰ
{{gap}}যদুনাথ—একো হাল্লা নাই হাৱালদাৰ চাহাব। মোৰ
বন্ধু দুজনে ধেমালিহে পাতিছিল, এই গৰুটোৰে চিঞৰ
বন্ধু দুজনে ধেমালিহে পাতিছিল, এই গৰুটোৰে চিঞঁৰ
বাখৰ কৰি হাহাকাৰ কৰিছে।
বাখৰ কৰি হাহাকাৰ কৰিছে।

মনাই—এৰা, জগৰ লাগিল অমুকাৰ গাত। আপােনা-
লােকে মৰামৰি, গালাগালি কৰক আৰু চিপাহীয়ে মােক ধৰি
{{gap}}মনাই—এৰা, জগৰ লাগিল অমুকাৰ গাত। আপোনালোকে মৰামৰি, গালাগালি কৰক আৰু চিপাহীয়ে মোক ধৰি নিয়ক। ভাল চাকৰি কৰিছোঁ।

নিয়ক। ভাল চাকৰি কৰিছে।
হালদাৰ—মইতাে এৰি যাব নাপাৰিৰ বাৰু চাহাব।
{{gap}}হাৱালদাৰ—মইতো এৰি যাব নাপাৰিম বাৰু চাহাব।
চৰকাৰক। নিমখ খাইকে নিমখহামি কঁহাসে কৰিব পাৰিম।
চৰকাৰকা নিমখ খাইকে নিমখহাৰামি কাঁহাসে কৰিব পাৰিম।
আপনালােকে আভি থানামে যাব লাগে।
আপনালোকে আভি থানামে যাব লাগে।

যদুনাথ আটাইকেইজনে চোৱা-চুই লগায়) এৰা, ভাল
{{gap}}যদুনাথ—( আটাইকেইজনে চোৱা-চুই লগায়) এৰা, ভাল
[ea ]

<center>[ ৫৯ ]</center>