পৃষ্ঠা:পৰিদৰ্শন.djvu/৬২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন যদুনাথ সিটোহাত—কিয় নিদিম? সেই পিটটো চো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}যদুনাথ সিটোহাত—কিয় নিদিম? সেই পিটটো চোৱা।
পৰিদর্শন
মই ৰঙৰ আঠাখন দিছোঁ।
যদুনাথ সিটোহাত—কিয় নিদিম? সেই পিটটো চোৱা।

মই ৰঙৰ আঠাখন দিছে।
বিপক্ষ ২৪“তুমি আঠাখন দিছ, নে আমাৰ সিহাতৰ
{{gap}}বিপক্ষ ২য়—তুমি আঠাখন দিছা, নে আমাৰ সিহাতৰ
পৰা ওলাইছে ? বাজি ৰাখা।
পৰা ওলাইছে? বাজি ৰাখা।

যদুনাথ সিটোহাতবাজি, কিহৰ বাজি! তুমি বাৰে
{{gap}}যদুনাথ সিটোহাত—বাজি, কিহৰ বাজি! তুমি বাৰে
বাৰে মােক চোৰ ধৰি মন পাই গৈছা ? I will not
বাৰে মোক চোৰ ধৰি মন পাই গৈছা? I will not
tolerate it! আচ্ছা, তােমাৰ জুৰিক সােধা ।
tolerate it! আচ্ছা, তোমাৰ জুৰিক সোধা।
বিপক্ষ ১ম—জানাে, ময়ে দিছে। হবপায়তত আঠান।

বিপক্ষ ২য় –এতিয়া, liar, মিছলীয়া
{{gap}}বিপক্ষ ১ম—জানো, ময়ে দিছোঁ। হবপায়তো আঠাখন।
যদুনাথ সিটোহাত–চুপ ! মােক বৰ liar নুবুলি।

{{gap}}বিপক্ষ ২য়—এতিয়া, liar, মিছলীয়া!

{{gap}}যদুনাথ সিটোহাত—চুপ! মোক বৰ liar নুবুলি।
মজা দেখুৱাই দিম।
মজা দেখুৱাই দিম।

বিপক্ষ ২য়—কিহৰ মজা দিবা তুমি? তুমি liar, এবাৰ
{{gap}}বিপক্ষ ২য়—কিহৰ মজা দিবা তুমি? তুমি liar, এবাৰ
নহয়, হাজাৰ বাৰ liar বুলিছে।।
নহয়, হাজাৰ বাৰ liar বুলিছোঁ।
যদুনাথ সিটোহাত -Donkey, fool, মই liar নে কোন

liar দেখুৱাওঁ চা।
{{gap}}যদুনাথ সিটোহাত—Donkey, fool, মই liar নে কোন liar দেখুৱাওঁ চা।
(তাচৰ খেলত হুমূৰা মৰামৰি লাগে। কাজিয়া লগা দুজনে

ঘুচিয়া-ঘুচি, গালাগালি কৰে। ই দুজনে হাহাকাৰ কৰি কাজিয়া
{{gap}}(তাচৰ খেলত হুৰামূৰা মৰামৰি লাগে। কাজিয়া লগা দুজনে ঘুচিয়া-ঘুচি, গালাগালি কৰে। ই দুজনে হাহাকাৰ কৰি কাজিয়া ভাঙিবলৈ যায়।)
ভাঙিবলৈ যায়।)

মাইধপাত লৈ প্ৰবেশ আৰু মৰামৰি দেখি
{{gap}}মনাই—(ধঁপাত লৈ প্ৰবেশ আৰু মৰামৰি দেখি
আচৰিত) ঔ আই, কি হল, মাৰিলে, তেনেই মাৰিলে, কোন
আচৰিত) ঔ আই, কি হল, মাৰিলে, তেনেই মাৰিলে, কোন
কত আহা আহাহঁক, মৰিল, মৰিল, চিপাহী ককাই আহাহঁক,
ক'ত আছা আহাহঁক, মৰিল, মৰিল, চিপাহী ককাই আহাহঁক,

[ en ]
<center>[ ৫৮ ]</center>