মালতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
১ নং শাৰী:
{{header
| title = মালতী
| author = ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
| translator =
| section =
২২ নং শাৰী:
 
পূবৰে ৰ’দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
 
লুইতৰ পাৰৰে বালি
 
আকাশত উৰিছে তেনে চিকেমিকাই
বগলী জাকৰে লালীলালী।
 
বগলী জাকৰে লালী
 
পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল;
 
মালতীৰ হাঁহিতে দাঁতে চিকমিকাই
দেখোতেই আমোলমোলআমোলমোল।
 
লুইতৰ কুঁৱৰী নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী;
 
নহয় তেওঁ ফুলৰে ৰাণী
 
আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা
নহয় তেওঁ বীণৰে বাণীবাণী।
 
নহয় তেওঁ বীণৰে বাণী
 
পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰীৰ
সাঁচত মোৰ মালতী নাই;
 
সাঁচত মোৰ মালতী নাই
 
নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ
মালতীৰ তুলনা পায়পায়।
 
মালতীৰ তুলনা পায়
 
ভাৱৰে প্রতিমা ভাৱতে বাঢ়িছে
ভাৱৰে বেহানি কৰে;
 
ভাৱৰে বেহানি কৰে
 
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকন চৰেচৰে।
 
মালতীৰ চেনেহকন চৰে
 
চাম মই মালতীক ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
 
থম মোৰ বুকুতে বান্ধি
 
মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই
থাকিম কান্দোনতে কান্দিকান্দি।
 
থাকিম কান্দোনতে কান্দি
 
চেনেহী মালতীৰ কোলাত থৈ মূৰটি
মুদিম দুই চকুৰে পটা;
 
মুদিম দুই চকুৰে পটা
 
নিঠুৰ এই জগতৰ মেলানি মাগি লম
ঢুকাব সকলো কথাকথা।
 
ঢুকাব সকলো কথা
"https://as.wikisource.org/wiki/মালতী"ৰ পৰা অনা হৈছে