পৃষ্ঠা:পৰিদৰ্শন.djvu/৭১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ম পাৰি। ময়ে ৰূপ এটকা তােমালােক ধাৰলৈ দিও..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||মন্ত্ৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পাৰি। ময়ে ৰূপ এটকা তোমালোকক ধাৰলৈ দিওঁচোন। গুৰু মাননি কৰা। পিচত টকাটো দিবা একা। নহলে মন্ত্ৰৰ গুণ নধৰে।
________________


{{gap}}ভদ্ৰেশ্বৰ—বাৰু দিয়া।
পাৰি। ময়ে ৰূপ এটকা তােমালােক ধাৰলৈ দিওঁচোন। গুৰু আননি কৰা। পিচত টকাটো দিবা একা। নহলে মন্ত্রৰ গুণ নধৰে।

ভদ্ৰেশ্বৰ-বাৰু দিয়া। (কলাই ভিতৰলৈ গৈ [ যাওঁতে কানি খােৱা সজুলি লৈ যায় ৰূপ এটকা আনি ভদ্রেশ্বৰৰ হাতত দিয়ে, আৰু ভদ্রেশ্বৰ আৰু জয়ৰামক আই লৈ বহিবলৈ কয়। সি নিজে ঠিয় দি )
{{gap}}(কলাই ভিতৰলৈ গৈ [ যাওঁতে কানি খোৱা সজুলি লৈ যায়] ৰূপ এটকা আনি ভদ্ৰেশ্বৰৰ হাতত দিয়ে, আৰু ভদ্ৰেশ্বৰ আৰু জয়ৰামক আঠু লৈ বহিবলৈ কয়। সি নিজে ঠিয় দি )
কাই—গাই যাবা দেই। তিনিবাৰত মুখত আহিব লাগিব। নহলে নফলে। (কলায়ে এশাৰী গায়। ল’ৰা দুটাই পাচে পাচে মাতে)

ধাঃ ধুঃ বুট অমুক পণ্ডিত হাত ভেল্কি মাৰিলাে তাত মােৰ ডাক গুৰুৰ হাক যেনেকৈ আছ তেনেকৈ বাৰু কামরূপ কামাখ্যা মাও
{{gap}}কলাই—গাই যাবা দেই। তিনিবাৰত মুখত আহিব লাগিব। নহলে নফলে।
এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ। (তিনিবাৰ কলায়ে মাতে। ল'ৰা দুটাই আওৰায়।) জয়ম-ভদ্র, চোৱাচোন মােৰ মুখত আহিলনে ? (মাতে)।

[ ৬৭ ]
(কলায়ে এশাৰী গায়। ল’ৰা দুটাই পাচে পাচে মাতে)

<center>থুঃ থুঃ ফুট</center>

<center>ধাঃ ধুঃ বুট</center>

<center>অমুক পণ্ডিতৰ হাত</center>

<center>ভেল্কি মাৰিলো তাত</center>

<center>মোৰ ডাক্ গুৰুৰ হাক</center>

<center>যেনেকৈ আছ তেনেকৈ থাক</center>

<center>কামৰূপ কামাখ্যা মাও</center>

<center>এই কথা নাৰাখিলে গৰু-মানুহ খাওঁ।</center>

{{gap}}{{smaller|(তিনিবাৰ কলায়ে মাতে। ল'ৰা দুটাই আওৰায়।)}}

{{gap}} জয়ৰাম—ভদ্ৰ, চোৱাচোন মোৰ মুখত আহিলনে?

(মাতে)

<center>[ ৬৭ ]</center>