পৃষ্ঠা:পৰিদৰ্শন.djvu/১২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বটু বাপুৰ বৰ বেপাৰ Eight ), বিজ্ঞাপনত দিয়া ঠিকলৈ চিঠি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
Eight ), বিজ্ঞাপনত দিয়া ঠিকনালৈ চিঠি দিলে যেন অৰ্ডাৰ
বটু বাপুৰ বৰ বেপাৰ
পোৱা মাত্ৰে বিজ্ঞাপনত লেখা মতে মাল ভিঃ পিঃ ডাকত সৰবৰাহ কৰা হয়।
Eight ), বিজ্ঞাপনত দিয়া ঠিকলৈ চিঠি দিলে যেন অর্ডাৰ

পােৱা মাত্রে বিজ্ঞাপনত লেখা মতে মাল ভিঃ পিঃ ভাত
{{gap}}চিঠি লেখি বটু বাপুৱে বেপাৰৰ হিচাপতে লাগিল।
সৰবৰাহ কৰা হয়।
চিঠি লেখি বটু বাপুৱে বেপাৰৰ হিচাপতে লাগিল।
এক শ চাদৰ যদি খনত আঠ অনাকৈয়ে বেচে তেন্তে তেওঁৰ
এক শ চাদৰ যদি খনত আঠ অনাকৈয়ে বেচে তেন্তে তেওঁৰ
পঞ্চাশ টকা হব। খৰচ-পত্র বাদে অন্ততঃ ৩৫ টা লাভ
পঞ্চাশ টকা হব। খৰচ-পত্ৰ বাদে অন্ততঃ ৩৫৲ টকা লাভ
হব। তেতিয়া তাৰে আৰু পাঁচ-ছয় শ চাৰ আনি ওতে
হব। তেতিয়া তাৰে আৰু পাঁচ-ছয় শ চাদৰ আনি ওচৰতে
থকা কেঁঞাৰ গােত দিলে তেওৰ দুই আ চৈটকাতে লাভ
থকা কেঁঞাৰ গোলাত দিলে তেওৰ দুই আঢ়ৈটকাতো লাভ
হব। তেতিয়া আৰু আন Business ৰ কথা ভাবিব
হব। তেতিয়া আৰু আন Business ৰ কথা ভাবিব পাৰি।

পাৰি।
কোন দিনা পাচেল আহে বটুৱে দিন গণে। এনেকৈ
{{gap}}কোন দিনা পাৰ্চেল আহে বটুৱে দিন গণে। এনেকৈ
এদিনত এক সপ্তাহ কৰি আঠ দিনমান গ’ল। তাৰ পাচত
এদিনত এক সপ্তাহ কৰি আঠ দিনমান গ’ল। তাৰ পাচত এদিন ডাক ঘৰৰ পৰা পিয়নে খবৰ দিলে যে বটু বাপুৰ নামত
এটা V. P. মাল আহিছে। খৰচ সকলে ৫৷৵০ অনা।
এদিন ডাক ঘৰৰ পৰা পিয়নে খবৰ দিলে যে বটু বাপুৰ নামত

এটা v. P. মাল আহিছে। খৰচ সকলে ৫০ অনা।
শুনি বটু বাপুৰ উৎকণ্ঠাৰ শেষ নাই। এশ চাদৰৰ পাচেল
{{gap}}শুনি বটু বাপুৰ উৎকণ্ঠাৰ শেষ নাই। এশ চাদৰৰ পাৰ্চেল
ডাকত আনিব নােৱাৰি। ৰেলৰ ৰচিদখনহে ভিঃ পিঃ হৈ
ডাকত আনিব নোৱাৰি। ৰেলৰ ৰচিদখনহে ভিঃ পিঃ হৈ আহিল হবলা।

আহিল হবলা।
বটু বাপুৱে টকা লৈ ডাক ঘৰলৈ গ'ল। তাৰ পৰা . P.
{{gap}}বটু বাপুৱে টকা লৈ ডাক ঘৰলৈ গ'ল। তাৰ পৰা V.P. খামটো ললে। খামটোৰ ভিতৰত খহ খহ কৰে এইবোৰ কি? ডাকঘৰৰ পৰা বাহিৰলৈ আহিল। তাৰ পৰা ওলাল সুন্দৰকৈ
ছপোৱা কাগজ এখন। তাত লেখা আছে—
খামটো ললে। খামটোৰ ভিতৰত হ হ কৰে এইবােৰ কি?

ডাকঘৰৰ পৰা বাহিৰলৈ আহিল। তাৰ পৰা ওলাল সুন্দৰকৈ
<center>[ ১২৫ ]</center>
হপােৱা কাগজ এখন। তাত লেখা আছে-
[ ১২১ )