পৃষ্ঠা:পৰিদৰ্শন.djvu/৯৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ পৰিদর্শন (অধ্যাপকে আৰু গিৰিধৰে হাঁহিব নে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}(অধ্যাপকে আৰু গিৰিধৰে হাঁহিব নে কান্দিব বুজি পোৱা নাই। ইফালে-সিফালে চাইছে।)
________________


{{gap}}সোমেশ্বৰ—দেও মোৰ দোষ হৈছে, দণ্ড দিয়ক।
পৰিদর্শন

(অধ্যাপকে আৰু গিৰিধৰে হাঁহিব নে কান্দিব বুজি পােৱা নাই। ইফালে-সিফালে চাইছে।)
{{gap}}গিৰিধৰ—(হাঁহি) দেও, মোৰহে অপৰাধ। হয় ইমানখিনি ল'ৰা আগত থাকোঁতে মই কলবোৰ অকলে খাব নাপাওঁ। সোমাই বোপাই, তুমি মোক ভাল শিক্ষা দিলা। (এইবুলি কৈ লৰ মাৰি গোসাঁই ঘৰৰ পৰা এক আখি কল লৈ আহে।) দেও, এই আখি আপোনাৰ বাবে বাপাহঁতে থৈ দিছে। মই সেৱা কৰিছে, গ্ৰহণ কৰক। (ভৰিত পৰে) মই গোপাল ভোগৰ কাৰণে কল থৈছিলোঁ। ভাল গোপালত লাগিল। আৰু এথুকি আছে। তাকে পঠিয়াওঁ গৈ।
সােমেশ্বৰ-দেও মােৰ দোষ হৈছে, দণ্ড দিয়ক।

গিৰিধৰ হাঁহি) দেও, মােৰহে অপৰাধ। হয় ইমানখিনি লৰা আগত থাকোতে মই কলবােৰ অকলে খাব নাপাওঁ। সােমাই বােপাই, তুমি মােক ভাল শিক্ষা দিল। (এইবুলি কৈ লৰ মাৰি গােসই ঘৰৰ পৰা এক আখি কল লৈ আহে।) দেও, এই আখি আপােনাৰ বাবে বাপাহঁতে থৈ দিছে। মই সেৱা কৰিছে, গ্ৰহণ কৰক। (ভৰিত পৰে) মই গােপাল ভােগৰ কাৰণে কল থৈছিলো। ভাল গােপালত লাগিল। আৰু এথুকি আছে। তাকে পঠিয়াওঁ গৈ। | অধ্যাপক-ওজা, যােৱা। আজি ৰাতিলৈ অলপমান নাম পাতা। চাহাবে টকা দহােটা দিলেই। গিৰিধৰ বাপ। আহিবা। হৰকান্ত বাপু আৰু আন আনকো মাতিবা।
{{gap}} অধ্যাপক—ওজা, যোৱা। আজি ৰাতিলৈ অলপমান নাম পাতা। চাহাবে টকা দহোটা দিলেই। গিৰিধৰ বাপা আহিবা। হৰকান্ত বাপু আৰু আন আনকো মাতিবা।
[

৯২

<center>⸻</center>




<center>[ ৯২ ]</center>