পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "- পৰিদর্শন পটীবন্ধা কোট, নেকটাই আৰু বাবুটুপীৰে সজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
-
পৰিদর্শন
পটীবন্ধা কোট, নেকটাই আৰু বাবুটুপীৰে সজ্জিত হৈ ইফালে-
পটীবন্ধা কোট, নেকটাই আৰু বাবুটুপীৰে সজ্জিত হৈ ইফালে-
সিফালে তহলি আছে। পাচে পাচে বঙালী এটাই ঘােৰা-
সিফালে তহলি আছে। পাচে পাচে বঙালী এটাই ঘোৰাটোৰ লাগামত ধৰি বৰকেৰাণীৰ পশ্চাদনুসৰণ কৰি বৰকেৰাণীৰ
নবৰত্ব বজাই ৰাখিছে। আবেলি ৩ মান বাজিছে। হেড্ মাষ্টাৰ
টোৰ লাগামত ধৰি বৰকেৰাণীৰ পশ্চাদমুসৰণ কৰি বৰকেৰাণীৰ
মহোদয় স্কুলত নাই, বৰ চাহাবক দেখা কৰিবলৈ গৈছে
নবৰত্ব বজাই ৰাখিছে। আবেলি ৩ মান বাজিছে। হেডমাষ্টাৰ
এইদৰে কিছুপৰ তহলি থকাৰ পাচত হেড্ মাষ্টাৰ মহোদয়
মহােদয় স্কুলত নাই, বৰ চাহাবক দেখা কৰিবলৈ গৈছে
এইদৰে কিছুপৰ তহলি থকাৰ পাচত হেডমাষ্টাৰ মহােদয়
আনফালৰ পৰা দুৱাৰ মুখ পালেহি। দুৱাৰ মুখৰ এই সজোৱা
আনফালৰ পৰা দুৱাৰ মুখ পালেহি। দুৱাৰ মুখৰ এই সজোৱা
পুতলা সদৃশ দীঘলে প্রায় সমান পুৰুষটোক তেওঁ আগৰে পৰা
পুতলা সদৃশ দীঘলে প্ৰায় সমান পুৰুষটোক তেওঁ আগৰে পৰা
ৰেখ কৰি আহিছিল। দুৱাৰ মুখ পায়েই কিন্তু নেদেখাৰ ভাও
ৰেখ কৰি আহিছিল। দুৱাৰ মুখ পায়েই কিন্তু নেদেখাৰ ভাও
কৰি স্কুলৰ কম্পাউণ্ডৰ ভিতৰলৈ সােমাব খােজোতেই বৰকেৰাণী
কৰি স্কুলৰ কম্পাউণ্ডৰ ভিতৰলৈ সোমাব খোজোঁতেই বৰকেৰাণী
ডাঙৰীয়াই “Good morning, Sir” বুলি হেডমাষ্টাৰ
ডাঙৰীয়াই “Good morning, Sir” বুলি হেড্ মাষ্টাৰ
মহােদয়ৰ বাট আগচি ধৰিলে আৰু মঙহেৰে লােদেশ-পােদোৰ
মহোদয়ৰ বাট আগচি ধৰিলে আৰু মঙহেৰে লোদোৰ-পোদোৰ
হৈ থকা হাতখন আগ বঢ়াই দিলে। হেডমাষ্টাৰে নিজৰ হাতখন
হৈ থকা হাতখন আগ বঢ়াই দিলে। হেডমাষ্টাৰে নিজৰ হাতখন
কেঁচাই নিলে আৰু সুধিলে -Well, who are you?
কোঁচাই নিলে আৰু সুধিলে Well, who are you?

77621-I am Sir, Barkerani of Langting
{{gap}}বৰকেৰাণী—I am Sir, Barkerani of Langting
Tea Estate. My
Srijut Soneswar
Tea Estate. My name Srijut Soneswar Barpuzari, Esqr.

Barpuzari, Esqr.
হেডমাষ্টাৰ-What do you want ?
{{gap}}হেড্ মাষ্টাৰ—What do you want?

770-I bave come to admission Sir.
{{gap}}বৰকেৰাণী—I have come to admission Sir.
Punta - What do you mean ? You can't

be admitted,
{{gap}}হেড্ মাষ্টাৰ— What do you mean? You can't
name
be admitted.
[ ১১২ ]

<center>[ ১১২ ]</center>