পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বটু বাপুৰ বৰ বেপাৰ বৰকেৰাণী-No Sir. My guardian, my boy, my khul-salis boy Sir. Lowe..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}বৰকেৰাণী—No Sir. My guardian, my boy,
বটু বাপুৰ বৰ বেপাৰ
my khul-salis boy Sir. Lower Primary
বৰকেৰাণী-No Sir. My guardian, my boy,
scholarship.
my

khul-salis boy Sir. Lower Primary
{{gap}}হেডমাষ্টাৰে কথাটো কথমপি বুজিলে। তেওঁ তেতিয়া
scholarship
কলে বোলে তেওঁৰ “ৱাৰ্ড” টোৱে সেই সময়ত ভৰ্ত্তি হোৱাৰ অৰ্থে পৰীক্ষা দিব লাগে। তাক পেঞ্চিল আৰু কাকত দি লৈ আহিব লাগে, তেহে ভৰ্ত্তি হব পাৰে। কোৱা বাহুল্য যে বৰকেৰাণী ডাঙৰীয়াই যি প্ৰকাৰে হওক এই সংবাদ যোগাৰ কৰি বটু বাপুক কাকত-পেঞ্চিলেৰে সুশোভিত কৰি স্কুলৰ বাৰাণ্ডাত হাজিৰ ৰাখিছিল আৰু পৰীক্ষাও দিয়াইছিল। তেওঁ তাকে কলে, আৰু হেড্ মাষ্টাৰে তেওঁক “Come in then” বুলি ভিতৰলৈ লৈ গ'ল।
হেডমাষ্টাৰে কথাটো কথমপি বুজিলে। তেওঁ তেতিয়া

কলে বােলে তেওঁৰ “ৰাৰ্ড” টোৰে সেই সময়ত ভর্তি
{{gap}}স্কুলৰ যিটো হল বা ডাঙৰ খোটালী তাতেই ভৰ্ত্তি
হোৱাৰ অৰ্থে পৰীক্ষা দিব লাগে। তাক পেঞ্চিল আৰু কাকত
লোৱাৰ কাৰবাৰ হৈছিল। দুজন ডেকা মাষ্টাৰে—মুখৰ ডাঢ়ি-গোঁফ চাই আৰু বুকু খোলা কোটলৈ চাই বুজিব পাৰি যে দুয়ো কলেজৰ পৰা নতুনকৈ ওলাই অহা
দি লৈ আহিব লাগে, তেহে ভর্তি হব পাৰে। কোৱা বাহুল্য
গ্ৰেজুৱেট—ভৰ্ত্তি কৰিছে। এজনে নাম-ধাম আদি লিখিছে। ইজনে টকা লৈছে। হেড্ মাষ্টাৰ মহোদয়ৰ প্ৰবেশ হোৱা মাত্ৰকতে আটাইবিলাক গিৰিসাই উঠিল। তেখেতৰ উপবেশন হোৱাত আটাইবিলাক বহিল। শ্ৰীযুক্ত সোণেশ্বৰ বৰপূজাৰী এছকোৱাৰেও সেই ছেগতে চেয়াৰ এখন লৈ
ষে বৰকেৰাণী ডাঙৰীয়াই যি প্ৰকাৰে হওক এই সংবাদ যােগাৰ

কৰি বটু বাপুক কাকত-পেঞ্চিলেৰে সুশােভিত কৰি স্কুলৰ
<center>[ ১১৩ ]</center>
বাৰাণ্ডাত হাজিৰ ৰাখিছিল আৰু পৰীক্ষাও দিয়াইছিল। তেওঁ
তাকে কলে, আৰু হেডমাষ্টাৰে তেওঁক “Come in then”
বুলি ভিতৰলৈ লৈ গ'ল।
স্কুলৰ যিটো হল বা ভাঙৰ গােটালী তাতেই ভর্তি
লােৱাৰ কাৰবাৰ হৈছিল। দুজন ডেকা মাষ্টাৰে-মুখৰ
ডাঢ়ি-গোঁফ চাই আৰু বুকু খােলা কোটলৈ চাই বুজিব
পাৰি যে দুয়াে কলেজৰ পৰা নতুনকৈ ওলাই অহা
গ্রেজুৱেট-ভৰ্তি কৰিছে। এজনে নাম-ধাম আদি লিখিছে।
ইজনে টকা লৈছে। হেড মাষ্টাৰ মহােদয়ৰ প্ৰবেশ হােৱা
মাত্রকতে আটাইবিলাক গিৰিসাই উঠিল।
উপবেশন হােৱাত আটাইবিলাক বহিল। শ্ৰীযুক্ত সােণেশ্বৰ
বৰপূজাৰী এছকোৱাৰেও সেই ছেগতে চেয়াৰ এখন লৈ
[ ১১৩ ]