পৃষ্ঠা:পৰিদৰ্শন.djvu/১২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন আনিছে। দুপৰীয়া বাৰ বজাৰ পৰা মিটিং। হেড..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
আনিছে। দুপৰীয়া বাৰ বজাৰ পৰা মিটিং। হেড্ মাষ্টাৰে
পৰিদর্শন
ওপৰৰ পৰা হুকুম পাইছে, কোনো ছাত্ৰ বা মাষ্টাৰ মিটিঙক যাব নোৱাৰে। গতিকে ছাত্ৰবিলাকে মুঠ বান্ধি স্কুলক নগৈ মিটিং চাবলৈ গ'ল। তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ ল'ৰাও।
আনিছে। দুপৰীয়া বাৰ বজাৰ পৰা মিটিং। হেড মাষ্টাৰে

ওপৰৰ পৰা হুকুম পাইছে, কোনাে ছাত্র বা মাষ্টাৰ মিটিঙক
{{gap}}মিটিঙত চাৰিওফালে বৰ উত্তেজনা। ইফালে মানুহ
যাব নােৱাৰে। গতিকে ছাত্ৰবিলাকে মুঠ বান্ধি স্কুলক নগৈ
সিফালে মানুহ। গান্ধী ৰাজা ঠিক এক বজাত মিটিঙলৈ আহিব। ৰাইজৰ মাজত এটা উৎসাহ, আনন্দ, উত্তেজনা আৰু ভয়ৰ অপূৰ্ব্ব মিহলি ভাব। ৰাইজ উগুল-থুগুল্। এনেতে পাৰিষদবৰ্গেৰে সৈতে গান্ধী ৰাজাক মিটিঙৰ থলৰ মূৰত দেখা গ'ল। বান্ধি থোৱা পখি গিৰিপ কৰি বান্ধ ভাঙি বিম্বাশবদে ওলাই পৰিল; ডাৱৰে গুম কৰি থোকা আকাশৰ পৰা ধুম-ধুম কৰি বৰষুণ পৰিল; নিশ্চল হৈ থকা প্ৰকৃতিত ধুমুহাৰ প্ৰচণ্ড ঢৌ উঠিল। মানুহৰ মাজতো তেনে হ'ল।
মিটিং চাবলৈ গ'ল। তাৰ ভিতৰত বটু বাপু আৰু বৰকেৰাণীৰ

শৰাও।
{{gap}}কিছুমান চেঙেলীয়া ডেকাই মুৰত গান্ধী টুপী, গাত খদ্দৰৰ কুৰ্ত্তা পিন্ধি চাৰিওফালে লৰি ফুৰিছে। কাৰো একো কাম
মিটিঙত চাৰিওফালে বৰ উত্তেজনা। ইফালে মানুহ
নাই। অথচ গাত চুৰ্ত্তিও নাই। পুলিচ কেইজনমান অলপ দূৰত আছিল। লৰি ফুৰোঁতে কিছুমান ল'ৰা গৈ তাহঁতৰ মাজ সোমাল। কাৰবাৰ গাত পৰিল।•••
সিফালে মানুহ।

গান্ধী ৰাজা ঠিক এক বজাত মিটিঙলৈ
{{gap}}আৰু ক'ত ৰক্ষা! পুলিচে ল’ৰাহঁতক ধৰিলে। ধৰি
আহিব। ৰাইজৰ মাজত এটা উৎসাহ, আনন্দ, উত্তেজনা
আৰু ভয়ৰ অপূৰ্ব্ব মিহলি ভাব। ৰাইজ উগুল-থুগু।
এনেতে পাৰিষদবর্গেৰে সৈতে গান্ধী ৰাজাক মিটিঙৰ থলৰ মূৰত
দেখা গ'ল। বান্ধি খােৱা পখি গিৰিপ কৰি বান্ধ ভাঙি
বিস্বাশবদে ওলাই পৰিল ; ডাৱৰে গুম কৰি থােকা আকাশৰ
পৰা ধুম-ধুম কৰি বৰষুণ পৰিল; নিশ্চল হৈ থকা প্ৰকৃতিত
ধুমুহাৰ প্ৰচণ্ড ঢৌ উঠিল। মানুহৰ মাজতাে তেনে হল।
কিছুমান চেঙেলীয়া ডেকাই মুৰত গান্ধী টুপী, গাত খদ্দৰৰ
কুর্তা পিন্ধি চাৰিওফালে লৰি ফুৰিছে। কাৰাে একো কাম
নাই। অথচ গাত চুৰ্ত্তিও নাই। পুলিচ কেইজনমান অলপ
দূৰত আছিল। লৰি ফুৰোঁতে কিছুমান ল'ৰা গৈ তাহঁতক
মাজ সােমাল। কাৰবাৰ গাত পৰিল।•••
আৰু ক'ত ৰক্ষা! পুলিচে ল’ৰাহঁতক ধৰিলে। ধৰি
থানালৈ লৈ গ'ল।
থানালৈ লৈ গ'ল।

[ ১১৮ ]
<center>[ ১১৮ ]</center>