পৃষ্ঠা:পৰিদৰ্শন.djvu/১২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বটু বাপুৰ বৰ বেপাৰ শৰ্ম্মাহে লিখিব। কোৱা অনাবশ্য..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
শৰ্ম্মাহে লিখিব। কোৱা অনাৱশ্যক যে তাৰ পাচৰ পৰা বটু
বটু বাপুৰ বৰ বেপাৰ
বাপু বটকৃষ্ণ বাবু নামে প্ৰখ্যাত হৈ পৰিল। তেওঁৰ নিজ
শৰ্ম্মাহে লিখিব। কোৱা অনাবশ্যক যে তাৰ পাৰ পৰা বটু
গাৱঁতো এই কথা ৰজনজনা হৈ গ'ল যে মাষ্টাৰসকলে পঢ়াত
বাপু বটকৃষ্ণ বাবু নামে প্রখ্যাত হৈ পৰিল। তেওঁৰ নিজ
বিশেষ ভাল পাই বটু বাপুৰ আগৰকলীয়া কুন্ধচ নামটো
গাৱঁতত এই কথা ৰজনজনা হৈ গ'ল যে মাষ্টাৰসকলে পঢ়াত
গুচাই চাহাবৰ হতুৱাই তেওঁক এই নতুন বিতোপন নামটো
বিশেষ ভাল পাই বটু বাপুৰ আৰকলীয়া কুচ নামটা
দিছে। পঞ্জিকাত এই নামটো অৱশ্যে অনেকেই ছপা হোৱা
গুচাই চাহাবৰ হতুৱাই তেওঁক এই নতুন বিতােপন নামটো
দিছে। পঞ্জিকাত এই নামটো অৱশ্যে অনেকেই ছপা হােৱা
দেখিছিল, অনেকে ভাবিলে বটু বাপুৰ নাম পঞ্জিকাতো ছপা
দেখিছিল, অনেকে ভাবিলে বটু বাপুৰ নাম পঞ্জিকাতো ছপা
হয়, অৱশ্যে সি কালত এটা পুৰুষ হব।
হয়, অৱশ্যে সি কালত এটা পুৰুষ হব।

(2)

এইদৰে আৰু বছৰ দুই গ'ল। আহিল ইং ১৯২১ চন।
<center>( ৫ )</center>
তেতিয়া বটু বাপু আৰু বৰকেৰাণীৰ বাপু দুয়াে অষ্টম মান

শ্ৰেণীত পঢ়ে। গান্ধী ৰাজাৰ আৰ্তৰাৱে দেশ বিয়পি পৰিছে।
{{gap}}এইদৰে আৰু বছৰ দুই গ'ল। আহিল ইং ১৯২১ চন।
উকীল-মােক্তাৰে কাছাৰী নকৰে। ছাত্ৰই মুলত নপঢ়ে।
তেতিয়া বটু বাপু আৰু বৰকেৰাণীৰ বাপু দুয়ো অষ্টম মান
চৰকাৰী বিষয়াই বিষয় নয়। যােকানীয়ে কোন
শ্ৰেণীত পঢ়ে। গান্ধী ৰাজাৰ আৰ্ত্তৰাৱে দেশ বিয়পি পৰিছে।
নিদিয়ে। চাৰিওফালে অহিংস অসহযােগ। পালে পালে
উকীল-মোক্তাবে কাছাৰী নকৰে। ছাত্ৰই স্কুলত নপঢ়ে। চৰকাৰী বিষয়াই বিষয় নাখায়। দোকানীয়ে দোকান নিদিয়ে। চাৰিওফালে অহিংস অসহযোগ। পালে পালে মানুহ ফাটকত যায়। বাটে বাটে গান্ধী মহাৰাজাৰ জয় দি চেঙেৰা ছলিবিলাকে সমদল কৰে। পুলিচে ধৰি ধৰি কোবায়। গা ফাটি তেজ ওলায়। গান্ধীৰ জয় গোৱা আৰু বেছি হয়।
মানুহ ফাটকত যায়। বাটে বাটে গান্ধী মহাৰাজাৰ জয় দি

চেঙে ছলিবিলাকে সমদল কৰে। পুলিচে ধৰি ধৰি কোবায়।
{{gap}}বটু বাপুৰ স্কুলত Strike। গান্ধী ৰাজা নগৰক আহিছে। আজি পুৱা হাজাৰ হাজাৰ মানুহে তেওঁক ষ্টেশ্যনৰ পৰা বৰি
গা ফাটি তেজ ওলায়। গান্ধীৰ জয় গোৱা আৰু বেছি হয়।

বটু বাপুৰ স্কুলত Strike। গান্ধী ৰাজা নগৰক আহিছে।
<center>[ ১১৭ ]</center>
আজি পুৱা হাজাৰ হাজাৰ মানুহে তেওঁক ষ্টেশনৰ পৰা বৰি
[ ১১৭ ]