পৃষ্ঠা:পৰিদৰ্শন.djvu/১২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন সময়ত এটা এটাকৈ কাটি কাটি গৈছিল,—জানােব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সময়ত এটা এটাকৈ কাটি কাটি গৈছিল,—জানোবা এইদৰে
পৰিদর্শন
অপমান কৰিলে বাকী দিনকেইটা কিছু সোনকালেই গুচি
সময়ত এটা এটাকৈ কাটি কাটি গৈছিল,—জানােবা এইদৰে
যায়। তেওঁৰ সেই কাকতত আৰু ৫|৭ টামান কাটিবলৈহে
অপমান কৰিলে বাকী দিনকেইটা কিছু সােনকালেই গুচি
যায়। তেওঁৰ সেই কাকতত আৰু ৫৭ টামান কাটিবলৈহে
বাকী।
বাকী।

এনেতে এটি আকস্মিক ঘটনাত বটু বাপুৰ অনেক দূৰ
{{gap}}এনেতে এটি আকস্মিক ঘটনাত বটু বাপুৰ অনেক দূৰ
উন্নতি হৈ পৰিল। ইন্সপেক্টৰ চাহাবৰ অনুগ্ৰহত এটা খালি
উন্নতি হৈ পৰিল। ইন্সপেক্টৰ চাহাবৰ অনুগ্ৰহত এটা খালি
থকা অস্থায়ী মাষ্টাৰী কামত নতুনকৈ এজন বঙালী বি. এ.
থকা অস্থায়ী মাষ্টাৰী কামত নতুনকৈ এজন বঙালী বি. এ.
১০ নং শাৰী: ১০ নং শাৰী:
তেখেতৰ বন্ধৰ তলবখিনি ইমান কষ্ট কৰি বা অনুগ্ৰহ কৰি
তেখেতৰ বন্ধৰ তলবখিনি ইমান কষ্ট কৰি বা অনুগ্ৰহ কৰি
অসমীয়া শিক্ষা দিবলৈ অহাৰ পুৰস্কাৰ হয়। ইন্সপেক্টৰ
অসমীয়া শিক্ষা দিবলৈ অহাৰ পুৰস্কাৰ হয়। ইন্সপেক্টৰ
আৰু হেডমাষ্টাৰ চাৰিওফালে সেই মাষ্টাৰজনৰ প্রশংসা
আৰু হেড্ মাষ্টাৰ চাৰিওফালে সেই মাষ্টাৰজনৰ প্ৰশংসা
ৰতি ফুৰিছে যে তেওঁ এজন Ideal Teacher, ‘আদর্শ
ৰতি ফুৰিছে যে তেওঁ এজন Ideal Teacher,'আদৰ্শ
শিক্ষক। গতিকে ‘আদর্শ শিক্ষকে’ Direct Methodৰ
শিক্ষক'। গতিকে ‘আদৰ্শ শিক্ষকে’ Direct Methodৰ
আদর্শ দিবলৈ বুলি আৰু শ্ৰেণীলৈ গৈ বটু বাপুৰ শ্ৰেণীত সেই
আদৰ্শ দিবলৈ বুলি আৰু শ্ৰেণীলৈ গৈ বটু বাপুৰ শ্ৰেণীত সেইদিনা হাজিৰা কৰিবলগীয়া হ'ল। বঙালী সভ্য মানুহ স্বভাৱতে
অসভ্য অসমীয়া নাম তেওঁৰ মুখত নাহে—ৰাতিৰামক 'ৰস্তিৰৌ',
দিনা হাজিৰা কৰিবলগীয়া হ'ল। বঙালী সভ্য মানুহ স্বভাৱতে
ভদ্ৰেশ্বৰক 'বদেৰচৰ’, ‘খগেন্দ্ৰক কগেন্দৰ’ ইত্যাদিকৈ ডাকি
অসভ্য অসমীয়া নাম তেওঁৰ মুখত নাহে-ৰাতিৰামক বস্তিবো,
শেষত বটুকান্ত শৰ্ম্মাৰ নামটোক মাতিলে 'বটকৃষ্ণ শৰ্ম্মা'।
ভদ্রেশ্বৰক বদেৰচৰ’, ‘গেন্দ্রক কগেন্দৰ’ ইত্যাদিকৈ ডাকি
ছাঁত কৰে এই লেতেৰা পুৰণা নামটোৰ বদলি এনে সুন্দৰ
শেষত বটুকান্ত শৰ্মাৰ নামটোক মাতিলে বটকৃষ্ণ শৰ্ম্মা।
বঙালী সভ্য-ভব্য নামটো হোৱাত বটু বাপুৰ আনন্দৰ সীমা
ঘাত কৰে এই লেতেৰা পুৰণা নামটোৰ বদলি এনে সুন্দৰ
নোহাৱা হ'ল। তেওঁ তেতিয়াই স্থিৰ কৰিলে যে তেওঁ বটকৃষ্ণ
বঙালী সভব্য নামটো হােৱাত বটু বাপুৰ আনন্দৰ সীমা

নােহাৱা হ'ল। তেওঁ তেতিয়াই স্থিৰ কৰিলে যে তেওঁ বটকৃষ্ণ
[ ১১৬ ]
<center>[ ১১৬ ]</center>