পৃষ্ঠা:পৰিদৰ্শন.djvu/৯১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ সন্ধিৰ বাঁহ (অধ্যাপকে এটা এটাকৈ ল'ৰাবিলাক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||সন্ধিৰ বাঁহ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}} (অধ্যাপকে এটা এটাকৈ ল'ৰাবিলাকক সোধে। প্ৰতি টোৱে কয় কল অনা নাই বুলি।)
________________


সন্ধিৰ বাঁহ (অধ্যাপকে এটা এটাকৈ ল'ৰাবিলাকক সােধ। প্রতি টোৱে কয় কল অনা নাই বুলি।) | অধ্যাপক—চোৱা গিৰিধৰ। মই কি কৰিম। (এনেতে এজনী গৰুৱে মুখত পকা মালভােগ কলৰ বাকলি কিছুমান পাই আহি ছাত্র-অধ্যাপক সকলােৰে আগে আগে যায়।)
{{gap}} অধ্যাপক—চোৱা গিৰিধৰ। মই কি কৰিম। (এনেতে এজনী গৰুৱে মুখত পকা মালভোগ কলৰ বাকলি কিছুমান খাই আহি ছাত্ৰ-অধ্যাপক সকলোৰে আগে আগে যায়।)

গিৰিধৰদেও, চাওক। হাতে হাতে সাক্ষী। ইহঁতে কল অনাই নাই ! এই গাইজনীয়ে মালভােগ কলৰ বাকলি ক’ৰ পৰা পালে? (এইবুলি তেওঁ গাই অহাৰ ফাললৈ যায়। আৰু তাৰ পৰা মাটিত অলপকৈ পুতি হােৱা এসােপা মালভােগ কলৰ বাকলি লৈ আহে।) এতিয়া চাওক দেও! আৰু কসপুলি দুটাও মােৰে বাৰীৰ পৰা কাটি আনিছে। | অধ্যাপক খঙতে) ওজা, এতিয়া আকা? এতিয়া কোনে এই কাম কৰিলে।
{{gap}}গিৰিধৰ—দেও, চাওক। হাতে হাতে সাক্ষী। ইহঁতে কল অনাই নাই! এই গাইজনীয়ে মালভোগ কলৰ বাকলি ক’ৰ পৰা পালে? (এইবুলি তেওঁ গাই অহাৰ ফাললৈ যায়। আৰু তাৰ পৰা মাটিত অলপকৈ পুতি হোৱা এসোপা মালভোগ কলৰ বাকলি লৈ আহে।) এতিয়া চাওক দেও! আৰু কলপুলি দুটাও মোৰে বাৰীৰ পৰা কাটি আনিছে।
ওজাদেও খং নকৰিব। আমি আচলতে কল অনা নাই। এই কল আমি খাইছোঁ হয়। সােমেশ্বৰে আনিছিল। কালি বাতি আমি খালে। আপােনাৰ আখিটো গােসই ঘৰতে ৰৈ দিছো নহয়।

অধ্যাপক-ইঃ ইঃ ইঃ। সর্বনাশ কৰিলি পাপীহঁত। চুৰ কৰি বামুণৰ বাহানি খাই নেৰিলি, মােকো এই পাপৰ ভাগী কৰিলি। হে সােমশ্বৰ। সােমেশ্ব।
{{gap}} অধ্যাপক—(খঙতে) ওজা, এতিয়া আকা? এতিয়া কোনে এই কাম কৰিলে?
| [ ৮৭ ]

{{gap}}ওজা—দেও খং নকৰিব। আমি আচলতে কল অনা নাই। এই কল আমি খাইছোঁ হয়। সোমেশ্বৰে আনিছিল। কালি ৰাতি আমি খালোঁ। আপোনাৰ আখিটো গোসাঁই ঘৰতে ৰৈ দিছোঁ নহয়।

{{gap}}অধ্যাপক—ইঃ ইঃ ইঃ। সৰ্ব্বনাশ কৰিলি পাপীহঁত। চুৰ কৰি বামুণৰ বাহানি খাই নেৰিলি, মোকো এই পাপৰ ভাগী কৰিলি। হেৰ সোমশ্বৰ! সোমেশ্বৰ!!

<center>[ ৮৭ ]</center>