পৃষ্ঠা:পৰিদৰ্শন.djvu/১০০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন শালনিবাৰী স্কুলত আজি মহা হুলস্থুল। গাৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>( ২ )</center>
পৰিদর্শন

শালনিবাৰী স্কুলত আজি মহা হুলস্থুল। গাৱঁৰ গাওঁবুঢ়া
{{gap}}শালনিবাৰী স্কুলত আজি মহা হুলস্থুল। গাৱঁৰ গাওঁবুঢ়া
আৰু পণ্ডিতে দুজনমান মানুহৰ হতুৱাই ঠাই চিকোণাইছে,
আৰু পণ্ডিতে দুজনমান মানুহৰ হতুৱাই ঠাই চিকোণাইছে,
ছাত্রকেইজনমানে কলপুলি পুতিছে; পণ্ডিতে নিজে আৰু
ছাত্ৰকেইজনমানে কলপুলি পুতিছে; পণ্ডিতে নিজে আৰু
গাওঁবুঢ়াৰ ল'ৰাই (যি মজলীয়া স্কুলত পঢ়ে-দুবছৰ হ’ল এই
গাওঁবুঢ়াৰ ল'ৰাই (যি মজলীয়া স্কুলত পঢ়ে-দুবছৰ হ’ল এই
স্কুলৰ পৰাই পাছ কৰিছে) ৰঙা-ক’লা কাগজ কাটি ঘৰ
স্কুলৰ পৰাই পাছ কৰিছে) ৰঙা-ক’লা কাগজ কাটি ঘৰ
সজোৱাত লাগিছে। আজি স্কুলৰ ইন্সপেক্টৰ চাহাব স্কুল
সজোৱাত লাগিছে। আজি স্কুলৰ ইন্সপেক্টৰ চাহাব স্কুল
পৰিদৰ্শন কৰিবলৈ আহিব।
পৰিদৰ্শন কৰিবলৈ আহিব।

ভাটীবেলা ৩টা বাজিবৰ সময়ত খােজ কাঢ়ি কাঢ়ি হেলি-
দুলি ফেঁপাই-জোপাই ইন্সপেক্টৰ চাহাব, ডিপুটী ইন্সপেক্টৰ
{{gap}}ভাটীবেলা ৩টা বাজিবৰ সময়ত খোজ কাঢ়ি কাঢ়ি হেলি-দুলি ফোঁপাই-জোপাই ইন্সপেক্টৰ চাহাব, ডিপুটী ইন্সপেক্টৰ
ভাঙৰীয়া আৰু ছব-ইন্সপেক্টৰ বাবু আহি স্কুলত উপস্থিত ?
ডাঙৰীয়া আৰু ছব-ইন্সপেক্টৰ বাবু আহি স্কুলত উপস্থিত!
পণ্ডিত, গাওঁবুঢ়া আৰু ছেক্ৰেটৰীয়ে কঁকাল হাই, মাটি চুই
পণ্ডিত, গাওঁবুঢ়া আৰু ছেক্ৰেটৰীয়ে কঁকাল হলাই, মাটি চুই
চালাম দি ডাঙৰীয়াসকলক অভ্যর্থনা কৰিলে। ছাত্রকেইজন
চালাম দি ডাঙৰীয়াসকলক অভ্যৰ্থনা কৰিলে। ছাত্ৰকেইজন
(সাধাৰণতে ৬৭ জন উপস্থিত থাকে, আজি খাটি-খুটি কাবো-
(সাধাৰণতে ৬৭ জন উপস্থিত থাকে, আজি খাটি-খুটি কাবৌ-
কোকালি কৰি ১৭ জনমান ছাত্ৰ কৰা হৈছে) থিয় হল।
কোকালি কৰি ১৭ জনমান ছাত্ৰ কৰা হৈছে) থিয় হল।
গাৱঁৰ মানুহ যি দুই-চাৰিজন গােট খাইছিল, সিহঁতে, হেঁচাহেঁচি
গাৱঁৰ মানুহ যি দুই-চাৰিজন গোট খাইছিল, সিহঁতে হেঁচাহেঁচি
কৰি ডাঙৰীয়াসকলক বাট এৰি দিলে। সকলে সন্ত্রস্ত,
কৰি ডাঙৰীয়াসকলক বাট এৰি দিলে। সকলো সন্ত্ৰস্ত,নিস্তব্ধ।

নিস্তব্ধ।
ইন্সপেক্টৰ চাহাবে সুধিলে, অৱশ্যে ইংৰাজীত, স্কুলখনৰ কি
{{gap}}ইন্সপেক্টৰ চাহাবে সুধিলে, অৱশ্যে ইংৰাজীত, 'স্কুলখনৰ কি নাম'; ডিপুটীয়ে খৰধৰ কৰি আগেয়ে নিয়ম মতে তৈয়াৰী কৰি থোৱা কাগজখন আনি চাহাবৰ হাতত দিলে; তাত স্কুলৰ

নাম’; ডিপুটীয়ে খৰধৰ কৰি আগেয়ে নিয়ম মতে তৈয়াৰী কৰি
<center>( ৯৬ )</center>
থােৱা কাগজখন আনি চাহাবৰ হাতত দিলে; তাত স্কুল
[20]