পৃষ্ঠা:পৰিদৰ্শন.djvu/১১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এনে বটু বাপুৰ বৰ বেপাৰ নােৱাৰি, বিদ্যাতকৈ সাতামপ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নোৱাৰি, বিদ্যাতকৈ সাতামপুৰুষীয়া জাতটো কিমান বেছি
এনে
মূল্যবান! জাত এৰি ইংৰাজী পঢ়ি যাৰে-তাৰে লগত খাই-
বটু বাপুৰ বৰ বেপাৰ
ফুৰা ডেকাবিলাকে তাৰ কি বুজিব। ৰান্ধনি এটাও দিয়া টান;
নােৱাৰি, বিদ্যাতকৈ সাতামপুৰুষীয়া জাতটো কিমান বেছি
মূল্যবান ! জাত এৰি ইংৰাজী পঢ়ি যাবে-তাৰে লগত খাই-
ফুৰা ডেকাবিলাকে তাৰ কি বুজিব। ৰান্ধনি এটাও দিয়া টান ;
চাকৰ-ৰান্ধনি ইত্যাদিৰ খৰচ জানো কম! এই আটাইবিলাক
চাকৰ-ৰান্ধনি ইত্যাদিৰ খৰচ জানো কম! এই আটাইবিলাক
ভাবি-চিন্তি চাই-শ্ৰীযুক্ত বৰকেৰাণী ডাঙৰীয়াই এদিন পুৱাই
ভাবি-চিন্তি চাই—শ্ৰীযুক্ত বৰকেৰাণী ডাঙৰীয়াই এদিন পুৱাই
লাংটিং বাগিচাৰ চাহাবক এটা দীঘল কৰি চালাম দিলে আৰু
লাংটিং বাগিচাৰ চাহাবক এটা দীঘল কৰি চালাম দিলে আৰু
গধূলিকৈ এটা ঘােৰাত উঠি নিজৰ ঘৰ ওলালহি; আৰু ঘৰত
গধূলিকৈ এটা ঘোৰাত উঠি নিজৰ ঘৰ ওলালহি; আৰু ঘৰত
হাত-ভৰি ধুই নিজৰ পকা বঙলাৰ ছিৰিৰে নামিগ পেটু বাপুৰ
হাত-ভৰি ধুই নিজৰ পকা বঙলাৰ ছিৰিৰে নামিগৈ পেটু বাপুৰ
পজা ঘৰৰ আগচালিত উপস্থিত হল।
পঁজা ঘৰৰ আগচালিত উপস্থিত হল।

পেটু, পেটুগৃহিণী আৰু বটু সকলো আচৰিত।
{{gap}}পেটু, পেটুগৃহিণী আৰু বটু সকলো আচৰিত।
ঘটনাতাে সিহঁতৰ সংক্ষেপ বুৰঞ্জীত আগেয়ে ঘটা নাই। অলপ
ঘটনাতো সিহঁতৰ সংক্ষেপ বুৰঞ্জীত আগেয়ে ঘটা নাই। অলপ
অলপ গৰ্ব্বও অনুভৱ কৰিলে। বহুদিনীয়া পুৰণি পাটীচাৰিখন
অলপ গৰ্ব্বও অনুভৱ কৰিলে। বহুদিনীয়া পুৰণি পাটীঢাৰিখন
আটালৰ পৰা উলিয়াই আনি কেবাণী ডাঙৰীয়াক বহিবলৈ দিলে
আটালৰ পৰা উলিয়াই আনি কেৰাণী ডাঙৰীয়াক বহিবলৈ দিলে
আৰু আখে-বেথে তামােল- থপাত দিয়াত লাগিল।
আৰু আথে-বেথে তামোল-ধপাত দিয়াত লাগিল।
বৰকেৰাণী-হয়নে হে পেটু বােপ, তুমি ঘৰটোনাে এইদৰে

ৰাখিব পােৰানে? চালৰ দেখােন ফুটা দেখাই পায়, বাৰিষাননা
{{gap}}বৰকেৰাণী—হয়নে হে পেটু বোপা, তুমি ঘৰটোনো এইদৰে ৰাখিব পোৱানে? চালৰ দেখোন ফুটা দেখাই পায়, বাৰিষানো কেনেকৈ থাকিবা পিচে?
কেনেকৈ থাকিবা পিচে?

পেটু—কিনাে কৰিব দেউতা, কোনােমতে কঁপিজৰি আছে।
{{gap}}পেটু—কিনো কৰিব দেউতা, কোনোমতে কঁপিজৰি আছোঁ
ইয়াতে পৰি।
ইয়াতে পৰি।

বৰকেৰাণী-সি কোন কথা। তুমি মােৰ ভতিজা হােৱা ;
{{gap}}বৰকেৰাণী—সি কোন কথা! তুমি মোৰ ভতিজা হোৱা;
তোমাৰ মাৰাৰ মােমায়েকৰ খুড়াক পিতেকে হােৱাণী
তোমাৰ মাৰাৰ মোমায়েকৰ খুড়াকৰ পিতেকেৰ ছোৱালী
[ ১০৭ ]

<center>[ ১০৭ ]</center>