পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন দিয়ে। .Principal—তুমি ভাল নকৰিলা। বাৰু যি হয..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}Principal—তুমি ভাল নকৰিলা। বাৰু যি হয় হব।
পৰিদর্শন
দিয়ে।
.Principal—তুমি ভাল নকৰিলা। বাৰু যি হয় হব।
মই এবাৰ বাহিৰলৈ যাওঁচোন।
মই এবাৰ বাহিৰলৈ যাওঁচোন।

Mrs. Principal-এ নাৰ নাযাব' বুলি হাক
এনেতে দহ বাৰ জন মান ল'ৰা বাৰাণ্ডালৈ উঠি আহি
{{gap}}Mrs. Principal—('এ নাযাব নাযাব' বুলি হাক দিয়ে। এনেতে দহ বাৰ জন মান ল'ৰা বাৰাণ্ডালৈ উঠি আহি
Principal ক মাতে-Sir, আমাক মাত এষাৰ দিয়ক।)
Principalক মাতে—'Sir, আমাক মাত এষাৰ দিয়ক'।)
কি গুণ্ডা ল'ৰা তােমাললাকে ! Principalৰ অসুখ।
কি গুণ্ডা ল'ৰা তোমালোকে! Principalৰ অসুখ।
তোমালোকে তেও নেৰা।
তােমালােকে তেও নে।

ছাত্র—আপুনিয়ে মাত দিয়ক তেনেহলে।
{{gap}}ছাত্ৰ—আপুনিয়ে মাত দিয়ক তেনেহলে।
[ এনেতে কলেজৰ চকীদাৰ, চাছী আঠ-দহজন মান

আৰু দহ বাৰটা মান পুলিচ আহি প্রিন্সিপালৰ বঙৰ সমুখত
{{gap}}[ এনেতে কলেজৰ চকীদাৰ, চাপ্ৰাছী আঠ-দহজন মান
থিয় হ'লহি।
আৰু দহ বাৰটা মান পুলিচ আহি প্ৰিন্সিপালৰ বঙলাৰ সমুখত
Mrs. Principal-(বাৰাণ্ডালৈ আহি ধৰা
থিয় হ'লহি।]
ইহঁতক। আমাক মাৰি সাং কৰিলে। ধৰা ধৰা (Principal

বঙলাৰ বাৰাণ্ডালৈ আহিল। ছাত্র, চকীদাৰ, পুলিচ সকলােৰে
{{gap}}Mrs. Principal—(বাৰাণ্ডালৈ আহি) ধৰা ধৰা
ইহঁতক। আমাক মাৰি সাং কৰিলে। ধৰা ধৰা (Principalও
বঙলাৰ বাৰাণ্ডালৈ আহিল। ছাত্ৰ, চকীদাৰ, পুলিচ সকলোৰে
মাজত এটা হাহাকাৰ লাগিল। কিছুমানে ইফালে সিফালে
মাজত এটা হাহাকাৰ লাগিল। কিছুমানে ইফালে সিফালে
দৌৰিলে। মৰামৰি খুন্দিয়া-খুন্দি লাগিল। এঘাৰ মান ৰজাৰ
দৌৰিলে। মৰামৰি খুন্দিয়া-খুন্দি লাগিল। এঘাৰ মান বজাৰ
আগতে এই কাণ্ড ঘটিল। কেইটামান ল'ৰাৰ মূৰত, ভবিত,
আগতে এই কাণ্ড ঘটিল। কেইটামান ল'ৰাৰ মূৰত, ভৰিত,
পিঠিত, বুকত আঘাত লাগিল। দুটামান পুলিচৰ তেনে হ’ল।
পিঠিত, বুকত আঘাত লাগিল। দুটামান পুলিচৰ তেনে হ’ল।
এজন চকীদাৰ আৰু এজন ছাত্র মাটিত পৰি গ'ল। ছাত্রজন
এজন চকীদাৰ আৰু এজন ছাত্ৰ মাটিত পৰি গ'ল। ছাত্ৰজন
চমচে। অলপ পাচতে চমচে, বনাথ, হীৰাচিং প্রভৃতি
চমচেৰ। অলপ পাচতে চমচেৰ, ৰমানাথ, হীৰাচিং প্ৰভৃতি
-বাৰজন মান ছাত্ৰক হাতকেৰেয়া দি পুলিচে ধৰিলে।
দহ-বাৰজন মান ছাত্ৰক হাতকেৰেয়া দি পুলিচে ধৰিলে।

[ 88 ]
<center>[ ৪৪ ]</center>