"পৃষ্ঠা:Chalachitra.pdf/১৩০"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১,৮২৯ বাইট যোগ দিয়া হ’ল ,  ৮ মাহ পূৰ্বে
(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংগীত পৰিচালকেই হয়, কখন প্ৰতিভাসকলৰ ওপৰত ‘ৰোজাহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
{{c|{{x-larger|'''নতুন তাৰকা এ. আৰ. ৰহমান'''}}}}
সংগীত পৰিচালকেই হয়, কখন
 
  +
{{dhr}}
প্ৰতিভাসকলৰ ওপৰত
 
  +
{{gap}}‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ
‘ৰোজাহ ব্যৱসায়িক দিশত অভাব
 
  +
এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া
প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিলে; ইনৰ নতুন নায়ক্তে হিম্পে
 
  +
ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা
স্বামী বাতিষ্টাৰ ভিতৰতে বিখ্যাত হল, ৰেইন মুপি আছে
 
  +
এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল
কৰা অভিনেত্ৰী মধু’ ব্যস্ত অভিনেত্ৰলে কত দুল, ন্নান এ প্লান,
 
  +
প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি
বহমান নামৰ বাদ্য-বাজ,
 
  +
‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ
ছিন্থেছাইজাৰ বজাইছিল আৰু বিজ্ঞাপন ইবি কোন বচন
 
  +
ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল
কৰিছিল, তেওঁ অৰ্জন কৰিলে শে মত পবিালকৰ বাৰী
 
  +
সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন।
  +
  +
{{gap}}মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন
  +
প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই
  +
‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয়
 
প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিলে; ছবিখনৰ নতুন নায়ক অৰবিন্দ
  +
স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ
  +
কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ.
  +
ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত
 
ছিন্থেছাইজাৰ বজাইছিল আৰু বিজ্ঞাপন ছবিৰ বাবে সংগীত ৰচনা
 
কৰিছিল, তেওঁ অৰ্জন কৰিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয়
 
বঁটা।
 
বঁটা।
  +
অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, বেজাৰ গীতবোৰৰ সুৰ মুক
+
{{gap}}অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু
সংগীত ৰচনাৰ অভাবব বাবও এ. শাৰ বহনে সক্ষম হবেই
 
  +
সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই
অৰ্জন কৰিলে সৰ্বভাৰতীয় যত! মকব ও বম, "কী",
+
অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’,
‘স্বাতীকিৰণম' আদি দক্ষিণ ভাৰতীয় হবিৰ গীতেও উত্তৰ ভাৰতং
+
‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত
জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আহিল হাতি
+
জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত
ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু মাতৰ মূৰ হিন্দী ছবি ব্যবে
+
ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে
Scanned with CamScanner
 
৫,৫৮৬

টা সম্পাদনা