পৃষ্ঠা:পৰাচিত.pdf/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
সমস্যাজৰ্জৰ
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৩৬|পৰাচিত|[ দ্বিতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

৩৬
কয়, তেন্তে আগলৈ জীবিকাৰ মূৰ মৰিলেও এইবাৰলৈ ৰক্ষা
পৰাচিত
[ দ্বিতীয় অ
কয়, তেন্তে আগলৈ জীবিকাৰ মূৰ মৰিলেও এইবাৰলৈ ৰক্ষ
পাম।
পাম।
শিৱ। সেইটো নো কি কথা! মই আজিয়েই সকলোৰে
{{gap}}শিৱ। সেইটো নো কি কথা! মই আজিয়েই সকলোৰে
কৈ দিম। তুমি ভয় নকৰিবা। পিচে এটা কথা,-লোকনাথ
কৈ দিম। তুমি ভয় নকৰিবা। পিচে এটা কথা,-লোকনাথৰ
কিবা এটা কৰিব নোৱাৰিলে তোমাৰেই হওক, বা মোৰে
কিবা এটা কৰিব নোৱাৰিলে তোমাৰেই হওক, বা মোৰে
হওক, সদায় এটা ভয়ৰ কাৰণ থাকি যাব। তাৰ বিৰুদ্ধে কি
হওক, সদায় এটা ভয়ৰ কাৰণ থাকি যাব। তাৰ বিৰুদ্ধে কিবা
এটা কৌজদাৰী মোকদ্দমা তৈয়াৰ কৰিব লাগিব।
এটা ফৌজদাৰী মোকৰ্দ্দমা তৈয়াৰ কৰিব লাগিব।
তোমাৰ সাহায্যৰো প্ৰয়োজন হ'ব পাৰে।
তোমা

সাহাযাবে। প্ৰয়োজন হ'ব পাৰে।
মনে।। যি কৰিব লাগে, আপুনি ক'লেই হ’ল। এতিৰ
{{gap}}মনো। যি কৰিব লাগে, আপুনি ক'লেই হ’ল। এতিয়া
মই আহোঁহে। মই কোৱা কথাটো যেন নাপাহৰে।
মই আহোঁহে। মই কোৱা কথাটো যেন নাপাহৰে।

শিৱ। যোৱা, ভয় নকৰিব।। মই তেনে কথা পাহ
মানুহ নহওঁ।
{{gap}}শিৱ। যোৱাঁ, ভয় নকৰিবা। মই তেনে কথা পাহৰা মানুহ নহওঁ।

( মনোমোহন ওলাই যায়।)
{{Right|( মনোমোহন ওলাই যায়।)}}
ই লোকনাথে মোৰ লগত ফেৰ মাৰিব খোজে।

তাৰ মতিগতি দেখি কেতিয়াবাই মোৰ সন্দেহ হৈছিল।
{{gap}}ই লোকনাথে মোৰ লগত ফেৰ মাৰিব খোজে।
দেখিয়েই স্কুল এৰুৱাবলৈ বহুত চক্ৰান্তও কৰিলে। কিং
তাৰ মতিগতি দেখি কেতিয়াবাই মোৰ সন্দেহ হৈছিল। সেই
মিছা হল; সি পঢ়িলে যি পঢ়িলেই। এতিয়া তাক কি
দেখিয়েই স্কুল এৰুৱাবলৈ বহুত চক্ৰান্তও কৰিলোঁ। কিন্তু
মিছা হল; সি পঢ়িলে যি পঢ়িলেই। এতিয়া তাক কিবা
এটা কৰিব নোৱাৰিলে মোৰ মান-সম্ভ্ৰম ৰক্ষা কৰাই টান হ’ব।
এটা কৰিব নোৱাৰিলে মোৰ মান-সম্ভ্ৰম ৰক্ষা কৰাই টান হ’ব।

( পেটুৱা বৈদ্যৰ প্ৰবেশ।
{{Right|( পেটুৱা বৈদ্যৰ প্ৰবেশ।)}}
অ বৈদ, আহ, বহ।

(পেটুৱা বহে।
{{gap}}শিৱ।অ বৈদ, আহাঁ, বহাঁ।
পিচে খবৰ কি?

{{Right|(পেটুৱা বহে।)}}

{{gap}}পিচে খবৰ কি?