পৃষ্ঠা:পৰাচিত.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
সমস্যাজৰ্জৰ
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:


{{gap}}পেটুৱা। সেইবোৰ তাৰ দুষ্টালি। এতিয়া আৰু সেই
{{gap}}পেটুৱা। সেইবোৰ তাৰ দুষ্টালি। এতিয়া আৰু সেই
দুষ্টালি নাখাটে। (সৰুকণক) যাব খুজিছ, ভাল কথা। ত‌ই ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি। কি! নকৱ
দুষ্টালি নাখাটে। (সৰুকণক) যাব খুজিছ, ভাল কথা। ত‌ই ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি) কি! নকৱ
বাপেৰক চিনি পোৱা নাই!
বাপেৰক চিনি পোৱা নাই!

(পুথিখন জপাই জোলোঙাত সুমায় আৰু আন এখন
{{gap}}(পুথিখন জপাই জোলোঙাত সুমায় আৰু আন এখন
উলিয়াই মেলি লয়।
উলিয়াই মেলি লয়।
তাৰ পাচত ৰোগীৰ পেটত হাতেৰে খামুচি
তাৰ পাচত ৰোগীৰ পেটত হাতেৰে খামুচি
চিঞৰি চিঞবি জাৰিবলৈ ধৰে। ৰোগীয়ে মাজে মাজে হাত
চিঞৰি চিঞৰি জাৰিবলৈ ধৰে। ৰোগীয়ে মাজে মাজে হাত
ভৰি আছাৰি ছটফট কবে।
ভৰি আছাৰি ছটফট কৰে।)

পেটুৱা। শ্ৰীকৃষ্ণয়ে নমো! শ্ৰীধন্বন্তৰিয়ে নমম। যৈসানি
{{gap}}পেটুৱা। শ্ৰীকৃষ্ণায়ে নমো! শ্ৰীধন্বন্তৰিয়ে নমো। যৈসানি
দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জটা ছিড়ি
দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জঁটা ছিড়ি
সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে
সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে
দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল
দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল
গোৰ্সাই। আমি কৈক যাওঁ, থাকে কেন মতে খাই। শুনি
গোসাঁই। আমি কৈক যাওঁ, থাকোঁ কেন মতে খাই। শুনি
মহাদেৱে বোলে নানাৰূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ,
মহাদেৱে বোলে নানাৰূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ,
আদি কৰি। ভূত-প্ৰেত-পিশাঞ্চ-বেতাল।
আদি কৰি। ভূত-প্ৰেত-পিশাঞ্চ-বেতাল।ব্ৰহ্মদৈত্য, কবহু
মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই
মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই
পোতা নাদ-পুখুৰীত থাকিবি সোমাই। বৰ গছৰ পেৰেঙনি
পোতা নাদ-পুখুৰীত থাকিবি সোমাই। বৰ গছৰ পেৰেঙনি
থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।
থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।থাকিবি তাতে
হই ময়। যদি কোনোবাই গছকে ছয়। লম্ভিবি তেতিক্ষন
হই ময়া। যদি কোনোবাই গছকে ছয়া। লম্ভিবি তেতিক্ষন
দেহাত তাৰ। তেজ মাংস চুহি খাবি দেহাৰ। কোনোবাই যা
দেহাত তাৰ। তেজ মাংস চুহি খাবি দেহাৰ। কোনোবাই যদি
ব্ৰহ্মদৈত্য, কবৰ
থাকিবি তাদে