পৃষ্ঠা:পৰাচিত.pdf/১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:
কৰিছিল; ময়ো স্কুলত পঢ়াডোখৰত যি পাৰোঁ সহায় কৰিছিলোঁ।
কৰিছিল; ময়ো স্কুলত পঢ়াডোখৰত যি পাৰোঁ সহায় কৰিছিলোঁ।
পিচে কলেজলৈ যোৱাৰে পৰা মই আঁতৰতে থাকিব লগা হলোঁ।
পিচে কলেজলৈ যোৱাৰে পৰা মই আঁতৰতে থাকিব লগা হলোঁ।
ইফালে পিতায়ে নিশকতীয়া হৈ আহিল। কোনোমতে
ইফালে পিতায়ো নিশকতীয়া হৈ আহিল। কোনোমতে
দুই-এবিঘাত খেতি কৰে; বাকীখিনি ছন পৰি থাকে। এই
দুই-এবিঘাত খেতি কৰে; বাকীখিনি ছন পৰি থাকে। এই
দবে এই কেইবছৰৰ ভিতৰতে তাত হাবি হৈ উঠিল। আজি
দৰে এই কেইবছৰৰ ভিতৰতে তাত হাবি হৈ উঠিল। আজি
চাবলৈ বুলি আহি দেখোঁ তিনটা মৈমনচিঙীয়াই সেই মাটি ভাঙি
চাবলৈ বুলি আহি দেখোঁ তিনটা মৈমনচিঙীয়াই সেই মাটি ভাঙি
হল-কোৰ বাই উলিয়াইছে। নই সিহঁতক বুজাই কলোঁ বোলো
হাল-কোৰ বাই উলিয়াইছে। মই সিহঁতক বুজাই কলোঁ বোলো
সেইয়া মোৰ পট্টাৰ মাটি, সিহঁতে ভঙাটো ভুল হৈছে। সিহঁতে
সেইয়া মোৰ পট্টাৰ মাটি, সিহঁতে ভঙাটো ভুল হৈছে। সিহঁতে
নুশুনে; কয় বোলে জংঘলী মাটি যেয়ে ভাঙে সেয়ে পাব বুলি
নুশুনে; কয় বোলে জংঘলী মাটি যেয়ে ভাঙে সেয়ে পাব বুলি
২০ নং শাৰী: ২০ নং শাৰী:
{{gap}}লোক। আছে।
{{gap}}লোক। আছে।


{{gap}}মোবা। কেলেহুৱাহঁতক ভালকৈ এজাউৰি দি উলিয়াই দিব।
{{gap}}মোবা। কেলেহুৱাহঁতক ভালকৈ এজাউৰি দি উলিয়াই দিব নোৱাৰিলে?
নোৱাৰিলে?


{{gap}}লোক। সিহঁতে ভয় কৰে; কয় বোলে অজাতিৰ লগত
{{gap}}লোক। সিহঁতে ভয় কৰে; কয় বোলে অজাতিৰ লগত