পৃষ্ঠা:পৰাচিত.pdf/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:


{{gap}}লোক। আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে
{{gap}}লোক। আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে
আছে। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন
আছোঁ। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন
চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে
চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে
আছে।
আছে।
২০ নং শাৰী: ২০ নং শাৰী:
সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছোঁ।
সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছোঁ।


{{gap}}মোবা। এবা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া
{{gap}}মোবা। এৰা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া
উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?
উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?