পৃষ্ঠা:পৰাচিত.pdf/৬৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰাচিত [ চতুর্থ অঙ্ক ভেকোলা । নাই। ক’তা। আমাৰ দেখে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫৮|পৰাচিত|[চতুৰ্থ অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

পৰাচিত
{{gap}}ভেকোলা। নাই। ক’তা। আমাৰ ঘৰত দেখোন
[ চতুর্থ অঙ্ক
কোনেও গম পোৱা নাই।
ভেকোলা । নাই। ক’তা। আমাৰ

দেখেন
{{gap}}বিহুৱা। বহুতেই গম নাপালে। মানুহৰ ভাত-ঘুমটিয়ে
কোনেও গম পােৱা নাই ।
বিহুৱা। বহুতেই গম নাপালে । মানুহৰ ভাত-ঘুমটিয়ে
ধৰাৰ পাচত জুই দিছে।
ধৰাৰ পাচত জুই দিছে।

ভেকোলা। বস্তু-বাহানি উলিয়াব পাৰিলে নে ?
{{gap}}ভেকোলা। বস্তু-বাহানি উলিয়াব পাৰিলে নে?
বিহুৱা। তই বস্তু উলিওৱাৰ কথাহে কেছ ! মানুহ

কেইটাৰ কি বিলৈ হৈছিল তাৰ জানো ভু পাইছ :
{{gap}}বিহুৱা। তই বস্তু উলিওৱাৰ কথাহে কৈছ! মানুহ
ভেকোলা। কি হৈছিল ? লােকনাথৰ একো হােৱা নাই
কেইটাৰ কি বিলৈ হৈছিল তাৰ জানো ভু পাইছ!
1

বিহুৱা। কোনােতে প্রাণটো ৰক্ষা পৰিছে। যেতিয়া
{{gap}}ভেকোলা। কি হৈছিল? লোকনাথৰ একো হোৱা নাই
জুই দিয়ে তেতিয়া সকলো ভৰ টোপনিত ! জুইৰ তাপ গাত
তো?
লাগিলতহে সাৰ পালে । সাৰ পাই দেখে দুৱাৰ মুখৰ ফালে

জুয়ে জুৰি ধৰিছে। সেই কালে ওলাবৰ উপায় নাই। লোক-
{{gap}}বিহুৱা। কোনোতে প্ৰাণটো ৰক্ষা পৰিছে। যেতিয়া জুই দিয়ে তেতিয়া সকলো ভৰ টোপনিত। জুইৰ তাপ গাত
নাথে বহুত যতন কৰি ঘৰৰ পোলা এটা ফালিলে আৰু সেই
লাগিলতহে সাৰ পালে। সাৰ পাই দেখে দুৱাৰ মুখৰ ফালে
ফালেই বুঢ়া-বুঢ়ীক লৈ কোনােমতে বাহিৰ ওলাল।
জুয়ে জুৰি ধৰিছে। সেই ফালে ওলাবৰ উপায় নাই। লোকনাথে বহুত যতন কৰি ঘৰৰ পোলা এটা ফালিলে আৰু সেই ফালেই বুঢ়া-বুঢ়ীক লৈ কোনোমতে বাহিৰ ওলাল।
ভেকোলা। আটাইকেইটা ঘৰ পুৰিলে নে ?

বিহুৱা।
{{gap}}ভেকোলা। আটাইকেইটা ঘৰ পুৰিলে নে?
বৰ ঘৰ, মাৰল, ভৰাল, গােহালি একোৰে চিন-

মােকাম নাই।
{{gap}}বিহুৱা। বৰ ঘৰ, মাৰল, ভঁৰাল, গোহালি একোৰে চিন-মোকাম নাই।
ভেকোলা। গৰু-গাই কেইটা ?

বিহুৱা। পিয়ন ছাৰিলত গাই দুজনী আগতে নেপাল।
{{gap}}ভেকোলা। গৰু-গাই কেইটা?
খুটিত থৈছিল।

বলদহালাে পঘ ছিঙি সাৰিল ।
{{gap}}বিহুৱা। পিয়ন ছাৰিলত গাই দুজনী আগতে নেপালী খুটিত থৈছিল। বলদহালো পঘা ছিঙি সাৰিল।
ভেকোলা। আন বস্তু একেবাৰে নাই

{{gap}}ভেকোলা। আন বস্তু একেবাৰে নাই?