পৃষ্ঠা:পৰাচিত.pdf/৪৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় দৃশ্য ] পৰাচিত সিহঁতৰ হাতত পৰিছিলেই। পিচে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য]|পৰাচিত|৩৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

তৃতীয় দৃশ্য ]
পৰাচিত
সিহঁতৰ হাতত পৰিছিলেই। পিচে যেনিবা আচল কথাটোৰ
সিহঁতৰ হাতত পৰিছিলেই। পিচে যেনিবা আচল কথাটোৰ
গণ নিদিয়াকৈ কোনোমতে সাৰিল।
গম নিদিয়াকৈ কোনোমতে সাৰিল।

শিৱ। সেইবোৰ কাৰণেই ফাটে কত দিয়াম বুলি ভয়
{{gap}}শিৱ। সেইবোৰ কাৰণেই ফাটেকত দিয়াম বুলি ভয়
খুৱাই ফৌজটো ভাঙি দিলে শান্তি-ফৌজুৰ পৰা আনৰ
লাভ হলেও মোৰ লোকচান হোৱাৰেই সম্ভাৱনা আছিল।
খুৱাই ফৌজটো ভাঙি দিলোঁ। শান্তি-ফৌজৰ পৰা আনৰ লাভ হ'লেও মোৰ লোকচান হোৱাৰেই সম্ভাৱনা আছিল।
মোৰ হাতত মৈমনচিঙীয়াহঁত আছে যেতিয়া, আনৰ সাহায্যৰ
মোৰ হাতত মৈমনচিঙীয়াহঁত আছে যেতিয়া, আনৰ সাহায্যৰ
মোৰ দৰকাৰ নাই।
মোৰ দৰকাৰ নাই।

পেটুৱা। এতিয়া পিচে কি কৰিব খুজিছে?
{{gap}}পেটুৱা। এতিয়া পিচে কি কৰিব খুজিছে?
শিৰ। তাৰ ওপৰত এটা মোকৰ্দমা লগাই দিয়া যাওক।

পেটুৱা। কি বুলি?
{{gap}}শিৱ। তাৰ ওপৰত এটা মোকৰ্দ্দমা লগাই দিয়া যাওক।
শিৱ। মই ভাবিব লাগিছে; এতিয়াও ঠিক কৰিব পৰা

{{gap}}পেটুৱা। কি বুলি?

{{gap}}শিৱ। মই ভাবিব লাগিছোঁ; এতিয়াও ঠিক কৰিব পৰা
নাই। দৰকাৰ হলে তুমিও সাক্ষী হ'ব লাগিব।
নাই। দৰকাৰ হলে তুমিও সাক্ষী হ'ব লাগিব।

পেটুৱা। নিশ্চয় হ'ম। আপুনি ঠিক কৰক মুঠেই; যি
{{gap}}পেটুৱা। নিশ্চয় হ'ম। আপুনি ঠিক কৰক মুঠেই; যি
কৰিব লাগে কৰিবলৈ মই গাত ললে। এতিয়া আহে।
কৰিব লাগে কৰিবলৈ মই গাত ললোঁ। এতিয়া আহোঁ।
শিৱ। বাৰু।

( পেটুৱা ওলাই যায় আৰু নেনাই মেধি সোমাই আহে। )
{{gap}}শিৱ। বাৰু।
তা’ মেধি, দেখোন! যোৱ কলৈ?

নেনাই। আপোনাৰ ওচৰলৈকে আহিছিলে।।
{{gap}}( পেটুৱা ওলাই যায় আৰু নেনাই মেধি সোমাই আহে। )
বে বহে।)

শিৱ। কিয়? কিবা সকাম আছে নে কি?
{{gap}}অ' মেধি দেখোন! যোৱা কলৈ?
নেনাই। হয়। পিচে কাম বুলি এলা-পেচা কাম নহয়।

জানো মাৰেই নে তাৰেই।
{{gap}}নেনাই। আপোনাৰ ওচৰলৈকে আহিছিলোঁ।
-

{{Right|(বেঞ্চত বহে।)}}

{{gap}}শিৱ। কিয়? কিবা সকাম আছে নে কি?

{{gap}}নেনাই। হয়। পিচে কাম বুলি এলা-পেচা কাম নহয়।
জানো মাৰেই নে তাৰেই!