পৃষ্ঠা:পৰাচিত.pdf/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য]|পৰাচিত|৩৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

তৃতীয় দৃশ্য ]
{{gap}}পেটুৱা। কি নো ক'ম! বোলে ৰাম ভাল, ৰাম ভাল;
পৰাচিত
ৰাম নহয়, যমকাল। সেই লোকনাথৰ তাপত এতিয়া ভাত
৩৭
মুঠিৰো মূৰ মৰাত পৰিল।
শিৱ।

পেটুৱা। কি নো কম! বোলে ৰাম ভাল, ৰাম ভাল;
{{gap}}শিৱ।তোমাক আকৌ কি কৰিলে?
ৰাম নহয়, যাকাল। সেই লোকনাথৰ তাপত এতিয়া ভাত

মুঠিৰো মুৰ নৰাত পৰিল।
{{gap}}পেটুৱা। শুনা নাই জানো? সেই ভকতৰামৰ লৰাটোক
তোমাক আকৌ কি কৰিলে?
পেটুৱা। শুনা নাই জানো? সেই ভকতৰামৰ লৰাটোক
ভূতে ধৰিছিল। বাপেকে পোনতে মোক খবৰকে নিদিলে।
ভূতে ধৰিছিল। বাপেকে পোনতে মোক খবৰকে নিদিলে।
লগালে সৌ মনোমোহন ডাক্তক। পিচে ডাক্তৰে কি ভূত
লগালে সৌ মনোমোহন ডাক্তক। পিচে ডাক্তৰে কি ভূত
খেদাব! উপায় নাপাই শেহত মোক মাতিব লগাত পৰিল।
খেদাব।
মই গৈ দেখিয়েই কথাটো কি বুজিলোঁ আৰু ভালকৈ জাৰিবলৈ
উপায় নাপাই শেহত মোক মাতিব লগাত পৰিল।
মই গৈ দেখিয়েই কথাটো কি বুজিলে। আৰু ভালকৈ জাৰিবলৈ
ধৰিলোঁ। ভূতে তৎ-মৎ নাপাই যাওঁ বুলি সৈ কাঢ়িলে।
ধৰিলোঁ। ভূতে তৎ-মৎ নাপাই যাওঁ বুলি সৈ কাঢ়িলে।
এনেতে লোকনাথ আহিল জিলাৰ ডাক্তৰ এটা লৈ। সি চাই
এনেতে লোকনাথ আহিল জিলাৰ ডাক্তৰ এটা লৈ। সি চাই
ক’লে বোলে 'নিমনিয়া' আৰু তেতিয়াই তাৰ দৰব খুৱাব লাগিব। মই জানো মই ভূত খেদিলোঁৱেই; লৰা ভাল হ'বই; মাজতে এতিয়া ডাক্তৰে নাম কৰে। সেই দেখি মই এদিন বাট চাবলৈ ক'লোঁ: কিন্তু সিহঁতে নুশুনিলে। তেতিয়া মই খং কৰি গুচি আহিলোঁ। তিন দিনৰ মূৰত লৰাটো ভাললৈ আহিল।
ক’লে বোলে ‘নিমনিয়া আৰু তেতিয়াই তাৰ দৰব খুৱাব লাগিব।
মই জানো মই ভূত খেদিলোৱেই; ৰা ভাল হ'বই; মাজতে
এতিয়া ডাক্তৰে নাম কৰে। সেই দেখি মই এদিন বাট চাবলৈ
ক'লে: কিন্তু সিহঁতে নুশুনিলে। তেতিয়া মই খং কৰি গুচি
শাহিনে।। তিন দিনৰ মূৰত লৰাটো ভাললৈ আহিল।
এতিয়া লোকনাথে যাকে-তাকে কৈ ফুৰিছে বোলে জিলাৰ
এতিয়া লোকনাথে যাকে-তাকে কৈ ফুৰিছে বোলে জিলাৰ
ডাক্তৰে নোপোৱা হ'লে মনোমোহন আৰু পেটুৱাই ল'ৰাটো
ডাক্তৰে নোপোৱা হ'লে মনোমোহন আৰু পেটুৱাই ল'ৰাটো
মাৰিলেহেতেন। মনোমোহনৰ ওপৰত কিবা দৰখাস্ত দিছে
মাৰিলেহেতেন। মনোমোহনৰ ওপৰত কিবা দৰখাস্ত দিছে
বুলিও শুনিছো।
বুলিও শুনিছো।

ময়য়া শুনিছো। এই দুদিনতে তাৰ উদ্ভণ্ডালি
{{gap}}শিৱ।ময়ো শুনিছোঁ। এই দুদিনতে তাৰ উদ্ভণ্ডালি
ইমান বাঢ়িছে যে আগলৈ কি কৰিব ক’বই নোৱাৰিছো।
ইমান বাঢ়িছে যে আগলৈ কি কৰিব ক’বই নোৱাৰিছোঁ।
শিৰ।