পৃষ্ঠা:পৰাচিত.pdf/৫৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "81 পৰাচিত [ তৃতীয় অঃ ভকত। ৰ'ব। গােটেইখিনি কথা ক'লেহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪৮|পৰাচিত|[তৃতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ভকত। ৰ'ব। গোটেইখিনি কথা ক'লেহে হ’ব। এতিয়া
81
চম্পাৰ এটা ল'ৰা হ'ল। মেধিয়ে শিৱক সকলো কথা ভাঙি-
পৰাচিত
পাতি ক’লে। শিৱই কেনেবাকৈ ছোৱালীজনী হাত কৰি লৈ
[ তৃতীয় অঃ
পুতেকক সৰুৱাবৰ মনেৰে লোকনাথক জগৰীয়া কৰি গোচৰ
ভকত। ৰ'ব। গােটেইখিনি কথা ক'লেহে হ’ব । এতিয়া
চলাইছে।
চম্পাৰ এটা ৰা হ'ল। মেধিয়ে শিৱক সকলাে কথা ভাঙি

পাতি ক’লে । শিৱই কেনেবাকৈ ছােৱালীজনী হাত কৰি লৈ
{{gap}}মোবা। তোমালোকে গাৱঁৰ মানুহবিলাকে কি কৰিছা!
পুতেকক সৰুৱাবৰ মনেৰে লােকনাথক জগৰীয়া কৰি গােচৰ
বাপেক-পুতেক হালকে সাঙুৰি লৈ এখুন্দা দিব নোৱাৰিলা!
চলাইছে ।
আমাৰ গাৱঁত হ’ব লাগিছিল।
মােবা। তােমালােকে গাৱৰ মানুহবিলাকে কি কৰিছা

বাপেক-পুতেক হালকে সাঙুৰি লৈ এখুন্দা দিব নােৱাৰিল।।
{{gap}}ভকত। আপুনি এখুন্দা দিয়াৰ কথা কৈছে! শিৱ
অামাৰ গাৱত হ’ব লাগিছিল ।
বৰুৱাৰ আগত কোনোবাটোৱে মুখ ফুটাই একেষাৰ কথা ক'
ভকত। আপুনি এখুদা দিয়াৰ কথা কৈছে ! শির
পাৰে জানো! এতিয়া মোৰ বাহিৰে সঁচা কথাটোকে ক’বলৈ
বৰুৱাৰ আগত কোনােবাটোৱে মুখ ফুটাই একেষাৰ কথা ক'
পাবে জানাে ! এতিয়া মােৰ বাহিৰে সঁচা কথাটোকে ক’বলৈ
কোনেও সাহ নকৰিলে নহয়।
কোনেও সাহ নকৰিলে নহয়।

মােবা। গােচৰৰ সােব-পােছ জানাে হল ?
{{gap}}মোবা। গোচৰৰ সোধ-পোছ জানো হ'ল?
এক প্ৰকাৰ হল ।

লােকনাথৰ সাক্ষী দুজন-
মানৰ জবানবন্দী বাকী। তেওঁলোক গুৱাহাটীৰ । তেওঁলােকৰ
{{gap}}ভকত।এক প্ৰকাৰ হ'ল। লোকনাথৰ সাক্ষী দুজনমানৰ জবানবন্দী বাকী। তেওঁলোক গুৱাহাটীৰ। তেওঁলোকৰ
জবানবন্দী পালেই বায় দিব। কালি কি পৰহিলৈকে দিন
জবানবন্দী পালেই ৰায় দিব। কালি কি পৰহিলৈকে দিন আছে।

আছে।
মােবা। অস্ অস্! ইয়াকেহে কৰিলা ! এৰা, বান্দৰে
{{gap}}মোবা। অস্ অস্! ইয়াকেহে কৰিলা! এৰা, বান্দৰে
কি নাৰিকলৰ মােল বুজি
কি নাৰিকলৰ মোল বুজিবা।

( নেনাইৰ প্রবেশ
<center>( নেনাইৰ প্ৰবেশ)</center>
তা’ মেধি ! কলৈ গৈছিল।

নেই। গাের্সাই ঈশ্বৰৰ ওচৰলৈ গৈছিলো।
<center>অ'মেধি! কলৈ গৈছিলা?</center>
ভকত।

?
{{gap}}নেনাই। গোসাঁই ঈশ্বৰৰ ওচৰলৈ গৈছিলোঁ।