পৃষ্ঠা:পৰাচিত.pdf/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰাচিত [ প্ৰথম অঙ্ক মোবা। ভাল বোপা, যোৱ।। তুমি কোন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পৰাচিত|[প্ৰথম অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

পৰাচিত
{{gap}}মোবা। ভাল বোপা, যোৱাঁ। তুমি কোনো চিন্তা
[ প্ৰথম অঙ্ক
মোবা। ভাল বোপা, যোৱ।। তুমি কোনো চিন্তা
নকৰিবা। এই বুঢ়া থকাত তোমাৰ মাটি মৈমনচিঙীয়াই নিব
নকৰিবা। এই বুঢ়া থকাত তোমাৰ মাটি মৈমনচিঙীয়াই নিব
নোৱাৰে।
নোৱাৰে।

{ লোকনাথৰ প্ৰস্থান।
<center>(লোকনাথৰ প্ৰস্থান।)</center>
আমাৰ অসমীয়া হিন্দু-মুচলমান দুটা জাতি নহয়। হিন্দুৱে

নামঘৰত নাম গায়, আমি মছজিদত নামাজ পড়ে। ইয়াৰ
{{gap}}আমাৰ অসমীয়া হিন্দু-মুচলমান দুটা জাতি নহয়। হিন্দুৱে নামঘৰত নাম গায়, আমি মছজিদত নামাজ পঢ়োঁ। ইয়াৰ
বাহিৰে আমাৰ সকলো
খোৱা-লোৱা, পিন্ধা-উৰা,
বাহিৰে আমাৰ সকলো একে। খোৱা-লোৱা, পিন্ধা-উৰা,
মাত-কথা, আমোদ-উৎসৱ সকলোতে আমাৰ মিল আছে,
মাত-কথা, আমোদ-উৎসৱ সকলোতে আমাৰ মিল আছে,
সহযোগিতা আছে; বিৰোধ নাই। বিদেশীক লাই দি আমাৰ
সহযোগিতা আছে; বিৰোধ নাই। বিদেশীক লাই দি আমাৰ
ঘৰখন লণ্ডভণ্ড কৰিবলৈ এৰি দিব নোৱাৰে। ইহঁতৰ উপদ্ৰৱ
ঘৰখন লণ্ডভণ্ড কৰিবলৈ এৰি দিব নোৱাৰোঁ। ইহঁতৰ উপদ্ৰৱ
বন্ধ কৰা প্ৰত্যেক অসমীয়াৰ কৰ্তব্য, তেহেলেই তেওঁ হিন্দুৱেই
বন্ধ কৰা প্ৰত্যেক অসমীয়াৰ কৰ্তব্য, তেহেলেই তেওঁ হিন্দুৱেই
হওক, মুচলমানেই হওক, নাইবা খৃষ্টানেই হওক।
হওক, মুচলমানেই হওক, নাইবা খৃষ্টানেই হওক।

একে।
<center>⸻</center>
দ্বিতীম্ন দৃশ্য।

গাৱলীয়া বাট।
<center>{{Xx-larger|দ্বিতীয় দৃশ্য।}}</center>
{ নেপথ্যত ) কৃষ্ণ এক দেৱ দুঃখহাৰী,

কালমায়াদিৰে অধিকাৰী,
<center>{{X-larger|গাৱঁলীয়া বাট।}}</center>
কৃষ্ণ বিনে শ্ৰেষ্ঠ দে নাহি নাহি আৰ।

(ৰাগ টানি টানি চৌবিশ বছৰীয়া বিহুৱা সোমায়।),
{{gap}}(নেপথ্যত) {{gap}}কৃষ্ণ এক দেৱ দুঃখহাৰী,
বিহুৱা।

পৰ পুৰুষ ভগৱন্ত,
{{gap}}{{gap}}{{gap}}কালমায়াদিৰো অধিকাৰী,
নাহি পূৰ্বাপৰ আদি-অন্ত,

জানিবা বিষ্ণু সে সমস্ত জগতে সাৰ।
{{gap}}{{gap}}{{gap}}{{gap}}কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।

{{gap}}(ৰাগ টানি টানি চৌবিশ বছৰীয়া বিহুৱা সোমায়।),

{{gap}}বিহুৱা।{{gap}}পৰ পুৰুষ ভগৱন্ত,

{{gap}}{{gap}}{{gap}}নাহি পূৰ্বাপৰ আদি-অন্ত,

{{gap}}{{gap}}{{gap}}{{gap}}জানিবা বিষ্ণু সে সমস্ত জগতে সাৰ।।