পৃষ্ঠা:পৰাচিত.pdf/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিৰঞ্জন বড়া (আলোচনা)-ই কৰা 67347 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}( কান্ধত এটা ঢোল আৰু সোঁ হাতত এডাল মাৰি লৈ বিহুৱাৰ প্ৰায় সম-বয়সীয়া ভেকোলাৰ প্ৰবেশ।)
{{gap}}( কান্ধত এটা ঢোল আৰু সোঁ হাতত এডাল মাৰি লৈ বিহুৱাৰ প্ৰায় সম-বয়সীয়া ভেকোলাৰ প্ৰবেশ।)


{{gap}}বিহুৱা । অ’ ভেকোলাকাই দেখোন! পিচে কান্ধত
{{gap}}বিহুৱা। অ’ ভেকোলাকাই দেখোন! পিচে কান্ধত
ঢোলটো লৈ গৈছিলি ক'লৈ?
ঢোলটো লৈ গৈছিলি ক'লৈ?


{{gap}}ভেকো । এঃ! কিনো কবি! ঢোলটোৰ এই ফালে
{{gap}}ভেকো। এঃ! কিনো কবি! ঢোলটোৰ এই ফালে
ফুটা এটা ওলাল, তাকে সৌ নদাই বায়নৰ হতুৱাই নকৈ চোৱাই
ফুটা এটা ওলাল, তাকে সৌ নদাই বায়নৰ হতুৱাই নকৈ চোৱাই
আনিলোঁ। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •
আনিলোঁ। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •


{{gap}}বিহু । আজি কালি অকল পইচাৰ হে শৰাধ। পিচে বজাই চাইছিলি জানো? নামাতেই বা?
{{gap}}বিহু। আজি কালি অকল পইচাৰ হে শৰাধ। পিচে বজাই চাইছিলি জানো? নামাতেই বা?


{{gap}}ভেকো । বজাই নোচোৱাকৈ তাক পইচা দিছোঁ নে!মোক
{{gap}}ভেকো। বজাই নোচোৱাকৈ তাক পইচা দিছোঁ নে!মোক
তেনে হেবাংবুলি নাভাবিবি।
তেনে হেবাংবুলি নাভাবিবি।


{{gap}}বিহু । বাৰু এবাৰ বজাচোন শুনো।
{{gap}}বিহু। বাৰু এবাৰ বজাচোন শুনো।


{{gap}}ভেকো । নাচনি নহ'লে মিছাতে কি বজাবি?
{{gap}}ভেকো। নাচনি নহ'লে মিছাতে কি বজাবি?


{{gap}}বিহু । মিছাতে নহয়, মই নাচিম ঢোলটো দেখিয়েই
{{gap}}বিহু। মিছাতে নহয়, মই নাচিম ঢোলটো দেখিয়েই
মোৰ গা উঠি আহিছে।
মোৰ গা উঠি আহিছে।


{{gap}}{{gap}}( গা ভাঙি ই কাতি সিকাতি কৰে। )
{{gap}}{{gap}}( গা ভাঙি ই কাতি সিকাতি কৰে। )


{{gap}}ভেকো । বাৰু তেন্তে।
{{gap}}ভেকো। বাৰু তেন্তে।


{{gap}}(ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই
{{gap}}(ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই
২৮ নং শাৰী: ২৮ নং শাৰী:
পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)
পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)


{{gap}}ভেকো । হ'ল আৰু। বাটৰ মাজত কি বিহু পাতিবি।
{{gap}}ভেকো। হ'ল আৰু। বাটৰ মাজত কি বিহু পাতিবি।
লোকে {{SIC|বয়া|বেয়া}} বুলিব।
লোকে {{SIC|বয়া|বেয়া}} বুলিব।