পৃষ্ঠা:পৰাচিত.pdf/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দ্বিতীয় দৃশ্য 3 পৰাচিত ( কান্ধত এটা ঢােল আৰু সেঁ হ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|দ্বিতীয় দৃশ্য|পৰাচিত|৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

দ্বিতীয় দৃশ্য 3
( কান্ধত এটা ঢোল আৰু সোঁ হাতত এডাল মাৰি লৈ বিহুৱাৰ প্ৰায় সম-বয়সীয়া ভেকোলাৰ প্ৰবেশ।)
পৰাচিত

( কান্ধত এটা ঢােল আৰু সেঁ হাতত এডাল মাৰি লৈ
{{gap}}বিহুৱা। অ’ ভেকোলাকাই দেখোন! পিচে কান্ধত
বিহুৱাৰ প্রায় সম-বয়সীয়া ভেকোলাৰ প্রবেশ ।
ঢোলটো লৈ গৈছিলি ক'লৈ?
বিহুৱা। অ’ ভেকোলকাই দেখােন ! পিচে কান্ধত

ঢােলটো লৈ গৈছিলি ক'লৈ ?
48! কিনাে কবি! ঢােলটোৰ এই ফালে
{{gap}}ভেকো। এঃ! কিনো কবি! ঢোলটোৰ এই ফালে
ফুটা এটা ওলল, তাকে সৌ নাই বায়নৰ হতুৱাই নকৈ চোৱাই
ফুটা এটা ওলাল, তাকে সৌ নদাই বায়নৰ হতুৱাই নকৈ চোৱাই
আনিলে। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •
আনিলোঁ। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •

বি। আজি কালি অকল পইচাৰ হে শৰাধ । পিচে
বজাই চাইছিলি জানাে? নামাতেই বা ?
{{gap}}বিহু। আজি কালি অকল পইচাৰ হে শৰাধ। পিচে বজাই চাইছিলি জানো? নামাতেই বা?

ভেকো। বজাই নােচোৱাকৈ তাক পইচা দিছো নে । মােক
{{gap}}ভেকো। বজাই নোচোৱাকৈ তাক পইচা দিছোঁ নে!মোক
তেনে হেবাংবুলি ভাবিবি ।
তেনে হেবাংবুলি নাভাবিবি।
বিহু। বাৰু এবাৰ বজাচোন শুনে ।

ভেকো। নাচনি নহ'লে মিছাতে কি বজাবি ?
বিহু। মিছাতে নহয়, মই নাচিম
{{gap}}বিহু। বাৰু এবাৰ বজাচোন শুনো।

(ঢাকাটা দেখিই
{{gap}}ভেকো। নাচনি নহ'লে মিছাতে কি বজাবি?
মােৰ গা উঠি আহিছে।

{ গা ভাঙি ই কাতি সিকাতি কৰে। }
{{gap}}বিহু। মিছাতে নহয়, মই নাচিম ঢোলটো দেখিয়েই
{ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই
মোৰ গা উঠি আহিছে।
ঠিক কৰি লয় ; বিহুৱায়ো কাপোৰ-কানি সামৰি লয় ।

{{gap}}{{gap}}( গা ভাঙি ই কাতি সিকাতি কৰে। )

{{gap}}ভেকো। বাৰু তেন্তে।

{{gap}}(ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই
ঠিক কৰি লয়; বিহুৱায়ো কাপোৰ-কানি সামৰি লয়।
পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)
পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)

ভেকা ।
হল, আৰু। বাটৰ মাজত কি বিহু পাতিবি।
{{gap}}ভেকো। হ'ল আৰু। বাটৰ মাজত কি বিহু পাতিবি।
লোকে বেয়া বুলিব।
লােকে বয়া বুেলিব ।