পৃষ্ঠা:পৰাচিত.pdf/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় পৰাচিত বিহু। দিয়া হ'লে ভালেই আছিল। তেতিয..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য]|পৰাচিত|১৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

তৃতীয়
{{gap}}বিহু। দিয়া হ'লে ভালেই আছিল। তেতিয়া মই নাচি
পৰাচিত
ফুৰিলোঁহেতেন।
বিহু। দিয়া হ'লে ভালেই আছিল। তেতিয়া মই নাচি

ফুৰিলোহেতেন।
ভকো! ময়য়া ঢোলত চেও মাৰিলেহেতেন।
{{gap}}ভেকো। ময়ো ঢোলত চেও মাৰিলোঁহেতেন।

তেন্তে আহ, আজিয়েই বাটে বাটে আখৰা কৰি যাওঁ।
{{gap}}বিহু।তেন্তে আহ, আজিয়েই বাটে বাটে আখৰা কৰি যাওঁ।
ভেকো। বল।

( ভেকোলাই ঢোল বজায়, বিহুৱাই নাচে আৰু তেনেকৈয়ে
{{gap}}ভেকো। ব'ল।
দুয়ো ওলাই যায়।)

বিহু।
{{gap}}( ভেকোলাই ঢোল বজায়, বিহুৱাই নাচে আৰু তেনেকৈয়ে দুয়ো ওলাই যায়।)
মূৰৰ তলত এটা

তৃতীয় দৃশ্য।
<center>⸻</center>
ভকতৰামৰ ঘৰ।

মজিয়াত চাপৰ চালপীৰা এখনত এটা নগা ঢাৰী পৰা।
<center>{{Xx-larger|তৃতীয় দৃশ্য।}}</center>
ওপৰত এখন কম্বল আৰু এটা গাৰু। পাটীত ভকতৰামৰ

পোন্ধৰ বছৰীয়া লৰা সৰুকণ শুই থাকে; মাজে
<center>{{X-larger|ভকতৰামৰ ঘৰ।}}</center>
মাজে ছটফট কৰে। ওচৰতে পীৰা এখনত

বহি ভকতাম।
{{gap}}মজিয়াত চাপৰ চালপীৰা এখনত এটা নগা ঢাৰী পৰা। তাৰ
তমোলৰ ঢকুৱা দি লোকনাথে

পানী ঢালি থাকে।
{{gap}}{{gap}}ওপৰত এখন কম্বল আৰু এটা গাৰু। পাটীত ভকতৰামৰ
লোক। ই কথাই কথা নহয় :

এজন ভাল ডাক্তৰ আনিব
{{gap}}{{gap}}{{gap}}পোন্ধৰ বছৰীয়া লৰা সৰুকণ শুই থাকে; মাজে

{{gap}}{{gap}}{{gap}}{{gap}}মাজে ছটফট কৰে। ওচৰতে পীৰা এখনত

{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বহি ভকতৰাম।মূৰৰ তলত এটা

{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}তমোলৰ ঢকুৱা দি লোকনাথে

{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}পানী ঢালি থাকে।

{{gap}}লোক। ই কথাই কথা নহয় :এজন ভাল ডাক্তৰ আনিব
লাগে। জ্বৰ ১০৪ ডিগ্ৰীৰ তললৈ অহাই নাই। কাহো আছে,
লাগে। জ্বৰ ১০৪ ডিগ্ৰীৰ তললৈ অহাই নাই। কাহো আছে,
বুকুৰ বিষো আছে। মনোমোহনৰ দ্বাৰা একো নহয়। সি
বুকুৰ বিষো আছে। মনোমোহনৰ দ্বাৰা একো নহয়। সি
ডাক্তৰি কি জানে। মিছাকৈয়ে ডাক্তৰ বোলাই গাৱৰ মানুহক
ডাক্তৰি কি জানে! মিছাকৈয়ে ডাক্তৰ বোলাই গাৱঁৰ মানুহক
ঠগি পইচা খাই আছে।
ঠগি পইচা খাই আছে।