পৃষ্ঠা:পৰাচিত.pdf/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "S> দিছে। তৃতীয় দৃশ্য! পৰাচিত বহুতে মোক কৈছে বোলে স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য]|পৰাচিত|৪১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

S>
দিছে। বহুতে মোক কৈছে বোলে সেইখন দাখিল দি মোকৰ্দ্দমা
দিছে।
তৃতীয় দৃশ্য!
পৰাচিত
বহুতে মোক কৈছে বোলে সেইখন দাখিল দি মোকদ্দমা
কৰা ভাল।
কৰা ভাল।

শিৱ। কৰিব পাৰা, কিন্তু মোৰ লৰাক
{{gap}}শিৱ। কৰিব পাৰা, কিন্তু মোৰ লৰাক একো কৰিব
একো কবিৰ
নোৱাৰ।। সেইখন জাল বুলি মই প্ৰমাণ কৰি দিম। অকল
নোৱাৰা। সেইখন জাল বুলি মই প্ৰমাণ কৰি দিম। অকল
সেয়ে নহয়, তোমাৰ ছোৱালীক গোচৰৰ দিন। আদালতত হাজিৰ
সেয়ে নহয়, তোমাৰ ছোৱালীক গোচৰৰ দিনা আদালতত হাজিৰ
হবলৈকে নিদিওঁ। তাৰ আগতে তেওঁৰ দিহা কৰা হ'ব।
হবলৈকে নিদিওঁ। তাৰ আগতে তেওঁৰ দিহা কৰা হ'ব।
মোৰ হাতত কেনে মানুহ আছে গম পোৱা নাই জানো?
মোৰ হাতত কেনে মানুহ আছে গম পোৱা নাই জানো?

নেনাই। সেই দেখিয়েই তো মই কাৰো কথালৈ কাণ নিদি
{{gap}}নেনাই। সেই দেখিয়েই তো মই কাৰো কথালৈ কাণ নিদি
বধি সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছো।
বুধি সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ।
শিৱ। ( কিছু সময় ভাবিমোৰ বুধিমতে কাম কৰিবা?

নেনাই। আগেয়ে শুনিলেহে ক'ব পাৰে।।
শিৱ। মোৰ বুধিমতে কাম কৰিলে তোমাৰো লাভ,
{{gap}}শিৱ।( কিছু সময় ভাবি) মোৰ বুধিমতে কাম কৰিবা?

ছোৱালীজনীৰে। লাভ। মাত্ৰ মোৰ হে সৰহকৈ কিছুমান টক!
{{gap}}নেনাই। আগেয়ে শুনিলেহে ক'ব পাৰোঁ।

{{gap}}শিৱ। মোৰ বুধিমতে কাম কৰিলে তোমাৰো লাভ,
ছোৱালীজনীৰে। লাভ। মাত্ৰ মোৰ হে সৰহকৈ কিছুমান টকা
যাব।
যাব।

নেনাই। মই একো বুজা নাই।
{{gap}}নেনাই। মই একো বুজা নাই।
শিৱ। ছোৱালীজনী যাতে লোকনাথে বিয়া কৰায় তাৰ

{{gap}}শিৱ। ছোৱালীজনী যাতে লোকনাথে বিয়া কৰায় তাৰ
উপায় কৰা হওক।
উপায় কৰা হওক।

নেনাই। সেইটো কেনেকৈ হ'ব! কত ডাঙৰ মানুহে
{{gap}}নেনাই। সেইটো কেনেকৈ হ'ব! কত ডাঙৰ মানুহে
তেওঁক ছোৱালী যাচিছে, সেইবোৰতে তেওঁ মত দিয়া নাই।
তেওঁক ছোৱালী যাচিছে, সেইবোৰতে তেওঁ মত দিয়া নাই।
আমাৰ নিচিনা মানুহৰ ঘৰত তেওঁ বিয়া কৰাব নে। তাতে
আমাৰ নিচিনা মানুহৰ ঘৰত তেওঁ বিয়া কৰাব নে। তাতে
আগেয়ে হোৱা হ'লেও এক কথা আছিল। এতিয়া তেওঁক
আগেয়ে হোৱা হ'লেও এক কথা আছিল। এতিয়া তেওঁক
ক'মেই বা কি বুলি।
ক'মেই বা কি বুলি!
1