পৃষ্ঠা:পৰাচিত.pdf/৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৪০|পৰাচিত|[দ্বিতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

8
{{gap}}শিৱ। মই কাকো মাৰিবও নোৱাৰোঁ,
পৰাচিত
নোৱাৰোঁ। কি কামত আহিছা তাকে ভাঙি কোৱাঁ।
[ দ্বিতীয় অঃ

শিৱ । মই কাকো মাৰিবও নােৱাৰে,
{{gap}}নেনাই। আপনি চাগৈ শুনিছে, মোৰ ছোৱালীজনীৰ
নােৱাৰে।। কি কামত আহিছা তাকে ভাঙি কোৱ।।
লৰা এটা হৈছে; আজি এঘাৰ দিন। এতিয়া ৰাইজে
নেনাই। আপনি চাগৈ শুনিছে, মােৰ ছােৱালীজনীৰ
বোলে চোৰ ধৰি দে, নহ'লে তোৰ লগত খোৱা-পিয়া বন্ধ কৰিম।
লৰা এটা হৈছে আজি এঘাৰ দিন। এতিয়া ৰাইজে

বোলে চোৰ ধৰি দে, নহ'লে তােৰ লগত খােৱা-পিয়া বন্ধ
{{gap}}শিৱ। সেইটো ক'বলগীয়া কথাই।
;

কৰিম।
{{gap}}নেনাই। এতিয়া চোৰ ধৰিব লাগিলে আপোনাৰ লৰাই
শিৱ ।
শিৱ । সেইটো ক'বলগীয়া কথাই।
নেনাই । এতিয়া চোৰ ধৰিব লাগিলে আপােনাৰ লৰাই
পৰে।
পৰে।

( খঙেৰে ) মুখ চম্ভালি কথা ক'বা। প্রমাণ দিব
{{gap}}শিৱ। ( খঙেৰে ) মুখ চম্ভালি কথা ক'বা। প্ৰমাণ দিব
পাৰিবা ?
পাৰিবা?
নেনাই। পাৰিম। লৰাটো গাত থাকোতেই আপােনাৰ

লৰাই নিজে দোষী বুলি সৈ লৈছিল আৰু ছােৱালীজনীও বিয়া
{{gap}}নেনাই। পাৰিম। লৰাটো গাত থাকোঁতেই আপোনাৰ
লৰাই নিজে দোষী বুলি সৈ লৈছিল আৰু ছোৱালীজনীও বিয়া
কৰাবলৈ গত লৈছিল।
কৰাবলৈ গত লৈছিল।

শিৱ। মিছা কথা। এইবােৰ তােমাৰ চক্রান্ত।
{{gap}}শিৱ। মিছা কথা। এইবোৰ তোমাৰ চক্ৰান্ত।
নেনাই। মিছা হ’বলৈ মই এনেয়ে কোৱা নাই ; সাক্ষী

আছে। তাৰ উপৰি আপােনাৰ লৰাই নিজে দিয়া লেখা
{{gap}}নেনাই। মিছা হ’বলৈ মই এনেয়ে কোৱা নাই; সাক্ষী
আছে। তাৰ উপৰি আপোনাৰ লৰাই নিজে দিয়া লেখা
এখনো আছে।
এখনো আছে।

শিৱ। চাওঁ কোনখন লেখা।
{{gap}}শিৱ। চাওঁ কোনখন লেখা।
নেনাই। অনা নাই, ছােৱালীজনীৰ হাততে আছে।

শিৱ। সেইখন জাল, মােৰ লৰাই লিখা নহয়।
{{gap}}নেনাই। অনা নাই, ছোৱালীজনীৰ হাততে আছে।
নেনাই। সি চাৰিজন সাক্ষীৰ আগত নিজ হাতে লিখি

{{gap}}শিৱ। সেইখন জাল, মোৰ লৰাই লিখা নহয়।

{{gap}}নেনাই। সি চাৰিজন সাক্ষীৰ আগত নিজ হাতে লিখি