পৃষ্ঠা:পৰাচিত.pdf/৩৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দ্বিতীয় দৃশ্য ] পৰ্বাচিত ২৯ মদন। 1 ? পুণাই। এনেয়ে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|দ্বিতীয় দৃশ্য]|পৰাচিত|২৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

দ্বিতীয় দৃশ্য ]
{{gap}}পুণাই। এনেয়ে নাজানিব পাৰা, পিচে মোকৰ্দ্দমা কৰে যদি?
পৰ্বাচিত

২৯
{{gap}}মদন। খাবলৈ নোপোৱা নেনাই মেধিয়ে মোৰ ওপৰত
মদন।
মোকৰ্দ্দমা কৰে! তাৰ নাম নাজানো!
1

?
{{gap}}পুণাই। বাৰু সেইটো সেয়ে, এতিয়া আকৌ ক’ববাত নতুন চিকাৰ মিলিছে নে নাই?
পুণাই। এনেয়ে নাজানিব পাৰা, পিচে মোকদ্দমা কৰে যদি?

মদন। খাবলৈ নোপোৱা নেই মেধিয়ে মোৰ ওপৰত
{{gap}}মদন। থ, এইখন জানো তেনেবোৰ কথা পতাৰ ঠাই!
মোকৰ্দমা কৰে। তাৰ নাম নাজানো!
পুণাই। বাৰু সেইটো সেয়ে, এতিয়া আকৌ ক’ববাত নতুন
চিকাৰ মিলিছে নে নাই?
থ, এইখন জানো তেনেবোৰ কথা পতাৰ ঠাই।
এতিয়া সেইবোৰ কথা তল পেলা। পিচে তই দেখোন সত্ৰকে
এতিয়া সেইবোৰ কথা তল পেলা। পিচে তই দেখোন সত্ৰকে
এৰিলি। ইমান দিন ক’ত আছিলি?
এৰিলি। ইমান দিন ক’ত আছিলি?

পুণাই। পামত। তোৰ দৰে বহি-শুই ধিতিঙালি কৰি
{{gap}}পুণাই। পামত। তোৰ দৰে বহি-শুই ধিতিঙালি কৰি
খাবলৈ আমাৰ কপালত থাকিলে হে। পিচে তই এইবাৰ পাচ
খাবলৈ আমাৰ কপালত থাকিলে হে। পিচে তই এইবাৰ পাচ
কৰিলি নে নাই।
কৰিলি নে নাই?

মদন। নাই। মই তো পাচ কৰিবলৈ পৰীক্ষা দিয়া নাই।
{{gap}}মদন। নাই। মই তো পাচ কৰিবলৈ পৰীক্ষা দিয়া নাই।
দেউতাৰ কথা পেলাব নোৱাৰি মুঠেই বছৰে বছৰে হাজিৰ হৈ
দেউতাৰ কথা পেলাব নোৱাৰি মুঠেই বছৰে বছৰে হাজিৰ হৈ
আছোঁ। মোৰ খাবলৈ নাই নে পিন্ধিবলৈ নাই, তাতে দিনে-
আছো।
ৰাতিয়ে কিতাপ মুখস্থ ক'ৰি মৰিবলৈ যাম! পৰীক্ষা পাচ কৰা
মোৰ খাবলৈ নাই নে পিন্ধিবলৈ নাই, তাতে দিনে-
ৰাতিয়ে কিতাপ মুখস্থ কৰি মৰিবলৈ যাম! পৰীক্ষা পাচ কৰা
কাম সেই লোকনাথৰ নিচিনা মানুহৰ। তাৰ দুবেলা দুসাজ
কাম সেই লোকনাথৰ নিচিনা মানুহৰ। তাৰ দুবেলা দুসাজ
খাবলৈ নাই; আমোদ-প্ৰমোদত যোগ দিবলৈ হাতত পইচা
খাবলৈ নাই; আমোদ-প্ৰমোদত যোগ দিবলৈ হাতত পইচা
নাই; ডাঙৰ মানুহৰ লৰাৰ লগত তাৰ ঠাই নাই। সি আৰু
নাই; ডাঙৰ মানুহৰ লৰাৰ লগত তাৰ ঠাই নাই। সি আৰু
কিতাপ পঢ়াৰ বাহিৰে আন কিটো কৰিব!
কিতাপ পঢ়াৰ বাহিৰে আন কিটো কৰিব!

পুণাই। অকল সেয়ে নহয়; পাচ কৰিব নোৱাৰিলে
{{gap}}পুণাই। অকল সেয়ে নহয়; পাচ কৰিব নোৱাৰিলে
আগলৈকো ভাৰ খোৱামুঠি মিলাই টান। সেই দেখি হে সি
আগলৈকো তাৰ খোৱামুঠি মিলাই টান। সেই দেখি হে সি
পঢ়াতেই কোঢ়ামুঠীয়াকে লাগিছে।
পঢ়াতেই কোঢ়ামুঠীয়াকে লাগিছে।