পৃষ্ঠা:পৰাচিত.pdf/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৫ নং শাৰী: ১৫ নং শাৰী:
{{gap}}মদন।{{gap}}বগাকৈ বগলী {{gap}}উৰে কেনে কৰি
{{gap}}মদন।{{gap}}বগাকৈ বগলী {{gap}}উৰে কেনে কৰি


{{gap}}{{gap}}{{gap}}পাখিতে পাখি লগাই
{{gap}}{{gap}}{{gap}}{{gap}}পাখিতে পাখি লগাই!

{{gap}}{{gap}}{{gap}}কাৰেনো উৰিব{{gap}}ডেকা চেঙেলীয়া

{{gap}}{{gap}}{{gap}}{{gap}}ডেকেৰী লগতে নাই!

{{gap}}{{gap}}{{gap}}হাঁহ হৈ পৰিম গৈ{{gap}}তোমাৰে পুখুৰীত

{{gap}}{{gap}}{{gap}}{{gap}}পাৰ হৈ পৰিম গৈ চালত;

{{gap}}{{gap}}{{gap}}ঘাম হৈ বিৰিঙিম{{gap}}তোমাৰে কপালত

{{gap}}{{gap}}{{gap}}{{gap}}মাখি হৈ চুমা খাম গালত।


<center>(মদনে মন নকৰাতে পুণাই সোমাই আহে।)</center>
<center>(মদনে মন নকৰাতে পুণাই সোমাই আহে।)</center>