পৃষ্ঠা:পৰাচিত.pdf/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰাচিত [ দ্বিতীয় অঙ্ক ৰাখিবা যি জাতিয়ে সময়ৰ লগ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২৮|পৰাচিত|[দ্বিতীয় অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

পৰাচিত
ৰাখিবা যি জাতিয়ে সময়ৰ লগত খোজ মিলাই আগুৱাব
[ দ্বিতীয় অঙ্ক
নোৱাৰে, সেই জাতিৰ অধঃপতন অনিবাৰ্য।
ৰাখিবা যি জাতিয়ে সময়ৰ লগত খােজ মিলাই আগুৱাব

নােৱাৰে, সেই জাতিৰ অধঃপতন অনিবার্য।
<center>⸻</center>
দ্বিতীয় দৃশ্য।

এখন দোকানৰ বাৰাণ্ডা। তাত এখন বেঞ্চ।
<center>{{X-larger|দ্বিতীয় দৃশ্য।}}</center>
মদনে বেঞ্চত বহি বাহী বজাই থাকে ?

অলপ পাচত বাহীটো থৈ গীত গায়।
<center>এখন দোকানৰ বাৰাণ্ডা। তাত এখন বেঞ্চ। </center>
মদন।

বগাকৈ বগলী উৰে কেনে কৰি
<center>মদনে বেঞ্চত বহি বাঁহী বজাই থাকে।</center>
পাখিতে পাখি লগাই !

কাৰে নো উৰিব ডেকা চেঙেলীয়া
<center>অলপ পাচত বাঁহীটো থৈ গীত গায়।</center>
ডেকেৰী লগতে নাই।

হহ হৈ পৰিম গৈ
{{gap}}মদন।{{Float left|বগাকৈ বগলী}}{{Float right|উৰে কেনে কৰি}}
তােমাৰে পুখুৰীত

পাৰ হৈ পৰিম গৈ চালত;
<center>পাখিতে পাখি লগাই!</center>
ঘাম হৈ বিবিঙিম তোমাৰে কপালত

মাখি হৈ চুমা খাম গালত ।
{{Float left|কাৰে নো উৰিব}}{{Float right|ডেকা চেঙেলীয়া}}
( মদনে মন নকৰাতে পুণাই সােমাই আহে।)

পুণাই। বােলাে কাব গালত? নেই মেধিৰ জীয়েক
<center>ডেকেৰী লগতে নাই!</center>
চম্পাৰ নে আন কাৰবাৰ ?

মদন! ক’ৰ চম্পা মই চিনি নাপাওঁ।
{{Float left|হাঁহ হৈ পৰিম গৈ}}{{Float right|তোমাৰে পুখুৰীত}}
পুণাই। এৰা, হওঁতে এতিয়া চিনি

শুনিছে। চম্পাৰ লৰা এটা হােৱা আজি এসপ্তাহ হৈছে । তাৰ
<center>পাৰ হৈ পৰিম গৈ চালত;</center>
দিহা কি কৰিবা ?

মদন। মই কি কৰিম ! মই সেইবােৰ একো নাজানো।
{{Float left|ঘাম হৈ বিৰিঙিম}}{{Float right|তোমাৰে কপালত}}
নােপােৱাই ভাল ।

<center>মাখি হৈ চুমা খাম গালত।</center>

<center>(মদনে মন নকৰাতে পুণাই সোমাই আহে।)</center>

{{gap}}পুণাই। বোলো কাৰ গালত? নেনাই মেধিৰ জীয়েক
চম্পাৰ নে আন কাৰবাৰ?

{{gap}}মদন। ক’ৰ চম্পা মই চিনি নাপাওঁ।

{{gap}}পুণাই। এৰা, হওঁতে এতিয়া চিনি নোপোৱাই ভাল।
শুনিছোঁ চম্পাৰ লৰা এটা হোৱা আজি এসপ্তাহ হৈছে। তাৰ
দিহা কি কৰিবা?

{{gap}}মদন। মই কি কৰিম! মই সেইবোৰ একো নাজানো।