পৃষ্ঠা:পৰাচিত.pdf/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় পৰাচিত কিন্তু একো ফুল নহ'ব। আপোনালোকে যদি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|তৃতীয় দৃশ্য|পৰাচিত|২১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

তৃতীয়
কিন্তু একো ফল নহ'ব। আপোনালোকে যদি মোৰ কথা মানি
পৰাচিত
চলে মই চিকিৎসা কৰিব পাৰোঁ। যদি সেয়ে হয়, ঔষধ
কিন্তু একো ফুল নহ'ব। আপোনালোকে যদি মোৰ কথা মানি
চলে মই চিকিৎসা কৰিব পাৰে।। যদি সেয়ে হয়, ঔষধ
আনিবলৈ কোনোবা এজন এতিয়াই মোৰ লগত যাব লাগিব।
আনিবলৈ কোনোবা এজন এতিয়াই মোৰ লগত যাব লাগিব।
ঔষধৰ বাহিৰেও পথ্যলৈ বিশেষ চকু দিব লাগিব। হৰ্লিকচ,
ঔষধৰ বাহিৰেও পথ্যলৈ বিশেষ চকু দিব লাগিব। হৰ্লিকচ,
গ্লক, বাৰ্লি আদি লাগতিয়াল পথ্য নহলেই নহয়।
গ্লুকজ, বাৰ্লি আদি লাগতিয়াল পথ্য নহলেই নহয়।

ভকত। আজি দিনটো বাট চালে নহয় নে?
{{gap}}ভকত। আজি দিনটো বাট চালে নহয় নে?
নহয়। এতিয়াই বৰ পলম হৈছে। ততালিকে

{{gap}}ডাক্তৰ। নহয়। এতিয়াই বৰ পলম হৈছে। ততালিকে
চিকিৎসা আৰম্ভ কৰিব পাৰিলেহে মই চিকিৎসা হাতত ল’ম।
চিকিৎসা আৰম্ভ কৰিব পাৰিলেহে মই চিকিৎসা হাতত ল’ম।
বাজলৈ উলিয়াবৰ সময়ত ঔষধ দি মই বদনামৰ ভাগী হ’ব
বাজলৈ উলিয়াবৰ সময়ত ঔষধ দি মই বদনামৰ ভাগী হ’ব
নোৱাৰোঁ।
নোৱাৰে।

লোক। কি কোৱ। ককাই? যদি ডাক্তৰৰ কথা শুনা,
{{gap}}লোক। কি কোৱাঁ ককাই? যদি ডাক্তৰৰ কথা শুনা,
কোৱা, ময়ে ঔষধ-পাতি আনিবলৈ যাওঁ। নহ'লে যি ইচ্ছা
কোৱাঁ, ময়ে ঔষধ-পাতি আনিবলৈ যাওঁ। নহ'লে যি ইচ্ছা
কৰ, মই আৰু ইয়ালৈ নাহে।
কৰাঁ, মই আৰু ইয়ালৈ নাহোঁ।
মাজতে এইখন আহুকাল নোহোৱা হ'লে ইমান

{{gap}}পেটুৱা। মাজতে এইখন আহুকাল নোহোৱা হ'লে ইমান
পৰে সি সাত ঢাপৰ বাহিৰ হ’ল হেতেন।
পৰে সি সাত ঢাপৰ বাহিৰ হ’ল হেতেন।

ভকতক) মোৰ কথামতে চলিব নে নচলা
{{gap}}ডাক্তৰ। (ভকতক) মোৰ কথামতে চলিবা নে নচলা
কোৱ।।
কোৱাঁ।
(লোকনাথে ভকতক এফলীয়াকৈ মাতি নি কিবা কয়।।

ভকত। চলিব লাগিব আৰু।
(লোকনাথে ভকতক এফলীয়াকৈ মাতি নি কিবা কয়।)
ডাক্তৰ। ভাল কথা। কি কৰিব লাগিব সকলো মই

লোকনাথ বাবুৰ আগত কম।
{{gap}}ভকত। চলিব লাগিব আৰু।
তেওঁ যি কয় সেইমতেই চলিবা।

{{gap}}ডাক্তৰ। ভাল কথা। কি কৰিব লাগিব সকলো মই
লোকনাথ বাবুৰ আগত কম। তেওঁ যি কয় সেইমতেই চলিবা।
এতিয়া প্ৰথম কথা হৈছে তোমালোকে ৰোগীৰ ওপৰত কোনো
এতিয়া প্ৰথম কথা হৈছে তোমালোকে ৰোগীৰ ওপৰত কোনো
পেটুৱা।