পৃষ্ঠা:পৰাচিত.pdf/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰথম দৃশ্য 3 পৰাচিত (শিৱৰ প্ৰবেশ। মোবা। আহক, বহুক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|প্ৰথম দৃশ্য|পৰাচিত|৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|(শিৱৰ প্ৰবেশ।)}}
প্ৰথম দৃশ্য 3

পৰাচিত
{{gap}}মোবা। আহক, বহুক।
(শিৱৰ প্ৰবেশ।

মোবা। আহক, বহুক।
শিৱ। বহিব নোৱাৰে। মই সেই বৰ পথাৰলৈ গৈছিলো,
{{gap}}শিৱ। বহিব নোৱাৰোঁ। মই সেই বৰ পথাৰলৈ গৈছিলোঁ,
ৰাতিপুৱাই। সেই হে পলম হোৱা দেখি মাত নিদিয়াকৈ যাব
ৰাতিপুৱাই। সেই হে পলম হোৱা দেখি মাত নিদিয়াকৈ যাব
খুজিছিলো। (লোকনাথলৈ চাই) অ' তুমিও দেখোন।
খুজিছিলোঁ। (লোকনাথলৈ চাই) অ' তুমিও দেখোন!
( কপট হাঁহি মাৰে।)
(কপট হাঁহি মাৰে।)

লোক! ময়ো পামলৈ আহিছিলোঁ।
{{gap}}লোক। ময়ো পামলৈ আহিছিলোঁ।
শিৱ। এৰা, গাওঁবুৰাই আলিৰ দাতিত ঘৰখন নাসাজি

{{gap}}শিৱ। এৰা, গাওঁবুৰাই আলিৰ দাঁতিত ঘৰখন নাসাজি
যেনিবা পমুৱা মানুহৰ জিৰশি-ঘৰ হে সাজিলে।
যেনিবা পমুৱা মানুহৰ জিৰশি-ঘৰ হে সাজিলে।

মোবা! পিচে বৰুৱা। কথা এটা সুধিবলৈহে আপোনাক
{{gap}}মোবা। পিচে বৰুৱা! কথা এটা সুধিবলৈহে আপোনাক
মাতিছিলো। আপুনি বোলে বৰ পথাৰৰ পাঁচ পূৰা মাটি
মাতিছিলোঁ। আপুনি বোলে বৰ পথাৰৰ পাঁচ পূৰা মাটি
মৈমনচিঙীয়াক বেচিছে?
মৈমনচিঙীয়াক বেচিছে?

বেচা নাই,'বেচাৰ কথাহে হৈছে। অকামিল মাটি;
{{gap}}শিৱ। বেচা নাই,বেচাৰ কথাহে হৈছে। অকামিলা মাটি;
—তিনি পূৰামান জলাকত, এপূৰা ফৰিঙতি, এপূৰাহে ধান
—তিনি পূৰামান জলাকত, এপূৰা ফৰিঙতি, এপূৰাহে ধান
খেতিব উপযুক্ত; খাজানাখিনিয়েই নোলায়। সেই দেখি বেচিব
খেতিব উপযুক্ত; খাজানাখিনিয়েই নোলায়। সেই দেখি বেচিব
খুজিছোঁ।
খুজিছো।

মোবা।
তাত যিবোৰ মানুহৰ মাটি আছে সকলো অসমীয়া।
{{gap}}মোবা। তাত যিবোৰ মানুহৰ মাটি আছে সকলো অসমীয়া।
ভাত বিদেশীক ঠাই দিয়া জানো ভাল হৈছে?
তাত বিদেশীক ঠাই দিয়া জানো ভাল হৈছে?

শিৱ। সিহঁতে সেই মাটিত আঢ়ৈ হাজাৰ দিব খুজিছে।
{{gap}}শিৱ। সিহঁতে সেই মাটিত আঢ়ৈ হাজাৰ দিব খুজিছে।
অসমীয়া মানুহে আঢ়ৈ শ তত নিকিনে।
অসমীয়া মানুহে আঢ়ৈ শ তো নিকিনে।
অকল ধনৰ হিচাপ চালেই নহয় বৰুৱা, দেশী ভাই-

{{gap}}মোবা। অকল ধনৰ হিচাপ চালেই নহয় বৰুৱা, দেশী ভাই-
সকললৈকো চাব লাগে। এই যে আপোনাৰ পৰা মাটি ল’ব,
সকললৈকো চাব লাগে। এই যে আপোনাৰ পৰা মাটি ল’ব,
শিৱ।
মোবা।