পৃষ্ঠা:পৰাচিত.pdf/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২ পৰাচিত [ প্ৰথম অঙ্ক মোবা। শুনি বৰ সুখ পালে।। গাৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২|পৰাচিত|[প্ৰথম অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}মোবা। শুনি বৰ সুখ পালোঁ। গাৱেঁ গাৱেঁ দুই
পৰাচিত
[ প্ৰথম অঙ্ক
মোবা। শুনি বৰ সুখ পালে।। গাৱে গাৱে দুই
চাৰিজন এনেকুৱা শিক্ষিত মানুহ হ'লেহে আমাৰ গাওঁবিলাকৰ
চাৰিজন এনেকুৱা শিক্ষিত মানুহ হ'লেহে আমাৰ গাওঁবিলাকৰ
উয়তি হ’ব। পিচে আৰু নপঢ়া জানো?
উন্নতি হ’ব। পিচে আৰু নপঢ়া জানো?

লোক।
আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে
{{gap}}লোক। আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে
আছে। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন
আছে। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন
চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে
চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে
আছে।
তাছে।

মোবা। ল পঢ়া হলে ভাল আছিল।
{{gap}}মোবা। ল পঢ়া হলে ভাল আছিল।
লোক।

ভাল হলেও পঢ়ে। কেনকৈ? আপুনি জানেই
{{gap}}লোক। ভাল হলেও পঢ়োঁ কেনকৈ? আপুনি জানেই
পিতাইৰ অৱস্থাৰ কথা। তেওঁ মোক সমূলি সাহায্য কৰিব
পিতাইৰ অৱস্থাৰ কথা। তেওঁ মোক সমূলি সাহায্য কৰিব
পৰা নাছিল।
পৰা নাছিল। অকল বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিন
পঢ়িলোঁ। কলেজত পঢ়োতে বৃত্তিৰ টকাই নোজোৰাত লৰা
অকল বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিন
কলেজত পঢ়োতে বৃত্তিৰ টকাই নোজোৰাত লৰ
পঢ়াই বাকীখিনিৰ জোৰা মাৰিব লগা হৈছিল। এতিয়া আই-
পঢ়াই বাকীখিনিৰ জোৰা মাৰিব লগা হৈছিল। এতিয়া আই-
পিতাই বুঢ়া হৈছে, আগৰ দৰে খেতি-পথাৰে চলাব নোৱাৰে।
পিতাই বুঢ়া হৈছে, আগৰ দৰে খেতি-পথাৰো চলাব নোৱাৰে।
তেওঁলোকৰ দায়িত্বও ময়ে ল'ব লগাত পৰিছে। মই কিবা এটা
তেওঁলোকৰ দায়িত্বও ময়ে ল'ব লগাত পৰিছে। মই কিবা এটা
কৰি ল পঢ়িব পাৰিলোঁ। হেতেন, পিচে তেওঁলোেক চায় কোনে!
কৰি ল পঢ়িব পাৰিলোঁ হেতেন, পিচে তেওঁলোেক চায় কোনে!
সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছো।
সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছোঁ।

মোবা। এবা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া
{{gap}}মোবা। এবা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া
উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?
উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?

লোক। হয়, মই এটা বিপদত পৰিহে আপোনাৰ ওচৰলৈ
{{gap}}লোক। হয়, মই এটা বিপদত পৰিহে আপোনাৰ ওচৰলৈ
আহিছে।
আহিছোঁ।
মোবা। কি বিপদ?

পঢ়িলো।
{{gap}}মোবা। কি বিপদ?