পৃষ্ঠা:পৰাচিত.pdf/৩৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

{{gap}}মোবা। টকা দিয়া নাই! আকৌ মিছা কথা! এনেয়ে
{{gap}}মোবা। টকা দিয়া নাই! আকৌ মিছা কথা! এনেয়ে
লোকৰ মাটি দেখুৱাই দিছে!
লোকৰ মাটি দেখুৱাই দিছে!
৬ নং শাৰী: ৫ নং শাৰী:


{{gap}}মোবা। হৈছে, হৈছে। আৰু নালাগে। এতিয়া যাবি
{{gap}}মোবা। হৈছে, হৈছে। আৰু নালাগে। এতিয়া যাবি
নে নাযাৱ ক |
নে নাযাৱ ক।


{{gap}}তিনিওটাই। যায়েম গাম।
{{gap}}তিনিওটাই। যায়েম গাম।
২২ নং শাৰী: ২১ নং শাৰী:
নহয়। কুলি লগালেও তো খৰচ পৰিলহেতেন।
নহয়। কুলি লগালেও তো খৰচ পৰিলহেতেন।


{{gap}}মোবা। তোমালোকে লিখা-পঢ়া এনেয়ে শিকিলা। সিহঁ-
{{gap}}মোবা। তোমালোকে লিখা-পঢ়া এনেয়ে শিকিলা। সিহঁতক
তক বানচ দিলে আসৈ দিয়াহে হ'ব। সিহঁতে দিন-হাজিৰাৰ
বানচ দিলে আসৈ দিয়াহে হ'ব। সিহঁতে দিন-হাজিৰাৰ
কাম কৰেই। এতিয়াও যদি সিহঁতে হাজিৰাটো পায়, তেনেহলে
কাম কৰেই। এতিয়াও যদি সিহঁতে হাজিৰাটো পায়, তেনেহলে
সিহঁতে এনে কাম কৰিবলৈ উছাহহে পাব, বোলে মাটি নাপালেও
সিহঁতে এনে কাম কৰিবলৈ উছাহহে পাব, বোলে মাটি নাপালেও
হাজিৰাটো পামেই। নাই, একো দিব নোৱাৰা। এনেবোৰ
হাজিৰাটো পামেই। নাই, একো দিব নোৱাৰা। এনেবোৰ
বিষয়ত দয়া-মায়াৰ কথা নাভাবিবাই। সিহঁতৰ আৰু বেচি হে
বিষয়ত দয়া-মায়াৰ কথা নাভাবিবাই। সিহঁতৰ আৰু বেচি হে
শাস্তি হ'ব লাগিছিল। ( মৈমনচিঙীয়াক ) তহঁতে এক পাইও
শাস্তি হ'ব লাগিছিল। (মৈমনচিঙীয়াক) তহঁতে এক পাইও
নাপাৱ।লোকৰ জমি বেদখল কৰাৰ বাবে তহঁতেহে দণ্ড দিব লাগে।
নাপাৱ। লোকৰ জমি বেদখল কৰাৰ বাবে তহঁতেহে দণ্ড দিব লাগে।