পৃষ্ঠা:পৰাচিত.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১০ নং শাৰী: ১০ নং শাৰী:
নামাতিলে। মুঠতে লোকনাথ বিদ্বান হ'ব পাৰে, কিন্তু মানুহ

হৈছে ধনৰ বশ।
হৈছে ধনৰ বশ।

{{gap}}বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ?

গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ

১৫ নং শাৰী: ১৬ নং শাৰী:
সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি

শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!
শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!

{{gap}}ভেকো। কোনোৱে কয় বোলে তেওঁ চোৰাং কানিৰ

কাৰবাৰ কৰে। কোনোৱে আকৌ কয় বোলে চোৰাই মাল ৰাখে।

{{gap}}বিহু। হ'ব পাৰে। আজি-কালি তেওঁৰ ঘাইকৈ

মৈমনচিঙীয়াৰ লগত হে কাৰবাৰ। তেওঁৰ ঘৰত দিনে-

ৰাতিয়ে এটা নহয় এটা মৈমনচিঙীয়া দেখিবাই।

{{gap}}ভেকো। বাপেকহঁতক চিনা নাই। কেতিয়াবা ঠিক কৰি

দিব।
দিব।