পৃষ্ঠা:পৰাচিত.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বাচিত ( প্রথম অঙ্ক হালােৱা এটাও পাবলৈ নােহােৱা হৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১২|পৰাচিত|[ প্ৰথম অঙ্ক}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

বাচিত
হালোৱা এটাও পাবলৈ নোহোৱা হৈছে, মৈমনচিঙীয়া কেইটা
( প্রথম অঙ্ক
নোহোৱা হ'লে খেতিয়েই গ'লহেতেন। এতিয়া আকৌ গাৱঁতে
হালােৱা এটাও পাবলৈ নােহােৱা হৈছে, মৈমনচিঙীয়া কেইটা
ইস্কুল হ’ব লাগিলে গৰখীয়া লৰা এটাও পাবলৈ নোহোৱা হ’ব।
নােহােৱা হ'লে খেতিয়েই গ'লহেতেন । এতিয়া আকৌ গাৱতে
তেতিয়া গৰু-গাই ৰাখিব নোৱাৰিলে খেতি-পথাৰ কৰিব
ইস্কুল হ’ব লাগিলে গৰখীয়া লৰা এটাও পাবলৈ নােহােৱা হ’ব।
কিহেৰে? আকৌ আটাইবোৰ হালোৱা-চহা পঢ়ি-শুনি বাবু
তেতিয়া গৰু-গাই ৰাখিব নােৱাৰিলে খেতি-পথাৰ কৰিব
হৈ গ'লে খেতি কৰিব কোনে? তেওঁৰ কথা শুনি ৰাইজেও
কিহেৰে ? আকৌ আটাইবােৰ হালােৱা-চহা পঢ়ি-শুনি বাবু
হৈ গ'লে খেতি কৰিব কোনে ? তেওঁৰ কথা শুনি ৰাইজেও
ততালিকে আগৰ মত সলাই পেলালে। লোকনাথে আপত্তি
ততালিকে আগৰ মত সলাই পেলালে। লোকনাথে আপত্তি
কৰিলত বৰুৱাই তেওঁকো অপমান কৰিলে । তথাপি ৰাইজে
কৰিলত বৰুৱাই তেওঁকো অপমান কৰিলে। তথাপি ৰাইজে
নামাতিলে । মুঠতে লােকনাথ বিদ্বান হ’ব পাবে, কিন্তু মানুহ
নামাতিলে। মুঠতে লোকনাথ বিদ্বান হ'ব পাৰে, কিন্তু মানুহ
হৈছে ধনৰ বশ ।
হৈছে ধনৰ বশ।
বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ ?
{{gap}}বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ?
গাওঁখনতে আক দহ টকা, তাক কুবি টকা, কাৰবাক আকৌ
গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ
এশ-ছকুৰি ধৰে দিছে ;—হাজাৰ বাৰ শৰ কম হ'ব নালাগে ।
এশ-ছকুৰি ধাৰে দিছে;—হাজাৰ বাৰ শৰ কম হ'ব নালাগে।
সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি
সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি
শুনিছে। ইমান টকা তেওঁ পালে ক’ত।
শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!
ভেকো। কোনােৱে কয় বোলে তেওঁ চোৰাং কানিৰ
{{gap}}ভেকো। কোনোৱে কয় বোলে তেওঁ চোৰাং কানিৰ
কাৰবাৰ কৰে। কোনোৱে আকৌ কয় বােলে চোৰাই মাল ৰাখে ।
কাৰবাৰ কৰে। কোনোৱে আকৌ কয় বোলে চোৰাই মাল ৰাখে।
হ'ব পাৰে। আজি-কালি তেওঁৰ ঘাইকৈ
{{gap}}বিহু। হ'ব পাৰে। আজি-কালি তেওঁৰ ঘাইকৈ
মৈমনচিঙীয়াৰ লগত
মৈমনচিঙীয়াৰ লগত হে কাৰবাৰ। তেওঁৰ ঘৰত দিনে-
হে কাৰবাৰ। তেওঁৰ ঘৰত দিনে-
ৰাতিয়ে এটা নহয় এটা মৈমনচিঙীয়া দেখিবাই।
ৰাতিয়ে এটা নহয় এটা মৈমনচিঙীয়া দেখিবাই।
বাপেকহঁতক চিনা নাই। কেতিয়াবা ঠিক কৰি
{{gap}}ভেকো। বাপেকহঁতক চিনা নাই। কেতিয়াবা ঠিক কৰি
দিব।
বিহু ।
দিব ।