পৃষ্ঠা:পৰাচিত.pdf/৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}দ্বি, মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া আইছি।


{{gap}}শিৱ। আটাইকেইজনে দিবা নে?
{{gap}}  দ্বি,মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া আইছি।


{{gap}}তৃ, মৈ। বেহেইতা দিয়া যাইবাম। আপনি বয় পাইলেন নে কি?
{{gap}} শিৱ। আটাইকেইজনে দিবা নে?


{{gap}}শিৱ। একে দিনাই আটাইকেইজনে ইমান টকা ক’ত পালা?
{{gap}}তৃ,মৈ। বেহেইতা দিয়া যাইবাম। আপনি বয় পাইলেন নে কি?


{{gap}}প্ৰ, মৈ। যেহানেই পায় দৰকাৰ কি?
{{gap}} শিৱ। একে দিনাই আটাইকেইজনে ইমান টকা ক'ত পালা?


{{gap}}শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্ৰ বিচৰা বৰ টান হ’ব। এতিয়া তোমালোক যোৱাঁ; ৰাতিপুৱা আহিবা।
{{gap}}প্ৰ,মৈ। যেহানেই পায় দৰকাৰ কি?


{{gap}}প্ৰ, মৈ। চহাল পৰ্য্যন্ত যদি থাকতাম, তে আৰ অহন আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে পাৰে। এইৰ লাইগা অহন আইছি।


{{gap}}শিৱ। তোমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয় কৰিছা! তেন্তে মোৰ হাততে দি যোৱাঁ; কালিলৈ ৰচিত দিম।
{{gap}}শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্ৰ বিচৰা বৰ টান হ’ব। এতিয়া তোমালোক যোৱাঁ; ৰাতিপুৱা
আহিবা।


{{gap}}দ্বি, মৈ। আমাৰে অহন দলীলগুলি লাগে।
{{gap}}প্ৰ, মৈ। চহাল পৰ্যন্ত যদি থাকতাম, তে আৰ অহন আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে পাৰে। এইব লাইগা অহন আইছি।


{{gap}}শিৱ। মোৰ ওপৰত তোমালোকৰ ইমানখিনিও বিশ্বাস নাই নে?
{{gap}} শিৱ। তোমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয় কৰিছা!তেন্তে মোৰ হাততে দি যোৱাঁ; কালিলৈ ৰচিত দিম।


{{gap}}প্ৰ, মৈ। এতে বিশ্বাহেৰ কি কতা আছে! টেহা লেও, দলীল দেও।
{{gap}} দ্বি, মৈ। আমাৰে অহন দলীলগুলি লাগে।

{{gap}} শিৱ। মোৰ ওপৰত তোমালোকৰ ইমানখিনিও বিশ্বাস নাই নে?

{{gap}} প্ৰ,মৈ। এতে বিশ্বাহেৰ কি কতা আছে! টেহা লেও, দলীল দেও।