পৃষ্ঠা:পৰাচিত.pdf/৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় দৃশ্য 3 পৰাচিত দ্বি, মৈ। আপনাৰ যে টেহা কয়ড..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
তৃতীয় দৃশ্য]       পৰাচিত                 ৬৫
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

তৃতীয় দৃশ্য 3
{{gap}}  দ্বি,মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া আইছি।
পৰাচিত
{{gap}} শিৱ। আটাইকেইজনে দিবা নে?
দ্বি, মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া
{{gap}}তৃ। বেহেইতা দিয়া যাইবাম। আপনি বয় পাইলেন
আইছি ।
নে কি?
শিৱ। আটাইকেইজনে দিবা নে ?
{{gap}} শিৱ। একে দিনাই আটাইকেইজনে ইমান টকা ক'ত পালা?
বেহেইতা দিয়া যাইম। আপনি বয় পাইলেন
{{gap}}প্ৰ,মৈ। যেহানেই পায় দৰকাৰ কি?
নে কি ?
{{gap}}শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্ৰ বিচৰা বৰ টান হ’ব। এতিয়া তোমালোক যোৱাঁ; ৰাতিপুৱা
শিৱ ।
আহিবা।
একে দিনাই আটাইকেইজনে ইমান টকা ক'ত
{{gap}}প্ৰ, মৈ। চহাল পৰ্যন্ত যদি থাকতাম, তে আৰ অহন আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে পাৰে। এইব লাইগা অহন আইছি।
পাল ?
{{gap}} শিৱ। তোমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয় কৰিছা!তেন্তে মোৰ হাততে দি যোৱাঁ; কালিলৈ ৰচিত দিম।
প্র, মৈ। যেহানেই পায় দৰকাৰ কি ?
{{gap}} দ্বি, মৈ। আমাৰে অহন দলীলগুলি লাগে।
শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্র বিচৰা
{{gap}} শিৱ। মোৰ ওপৰত তোমালোকৰ ইমানখিনিও বিশ্বাস নাই নে?
বৰ টান হ’ব। এতিয়া তােমালােক যােৱ; ৰাতিপুৱা
{{gap}} প্ৰ,মৈ। এতে বিশ্বাহেৰ কি কতা আছে! টেহা লেও, দলীল দেও।
আহিবা ।
হাল পর্যন্ত যদি থাকতাম, তে আৰ অহন
আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে
পাৰে। এইব লাইগা অহন আইছি।
তােমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয়
তেন্তে মোৰ হাততে দি যােব; কালিলৈ ৰচিত
শিৱ ।
কৰিছা !
দিম।
দ্বি, মৈ।
আমাৰে অহন দলীলগুলি লাগে ।
মােৰ ওপৰত তােমালােকৰ ইমানখিনিও বিশ্বাস
শিৱ ।
নাই নে ?
মৈ।
এতে বিশ্বাহেৰ কি কত আছে ! টেহা লেও,
-
দলীল দেও ।