পৃষ্ঠা:পৰাচিত.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
সমস্যাজৰ্জৰ
+
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
নৱ
নৱ
পৰাচিত
পৰাচিত
[ প্রথম অঙ্ক
[ প্ৰথম অঙ্ক
ভকত। ৰাতিও যাও যাওঁ কৰিছিল আৰু উঠি যাব
ভকত। ৰাতিও যাও যাওঁ কৰিছিল আৰু উঠি যাব
খুজিছিল।
খুজিছিল ।
পেটুৱা। সেইবােব তাৰ দুষ্টালি। এতিয়া আৰু সেই
পেটুৱা। সেইবোব তাৰ দুষ্টালি। এতিয়া আৰু সেই
দুষ্টালি নাখাটে। এ সৰুকণক) যাব খুজিছ, ভাল কথা ।
দুষ্টালি নাখাটে। এ সৰুকণক) যাব খুজিছ, ভাল কথা।
ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি। কি।
ক’ৰ পৰা আহিছিলি ক। ( অলপ ৰৈ থাকি। কি।
বাপেৰক চিনি পােৱা নাই ।
বাপেৰক চিনি পোৱা নাই।
(পুথিখন জপাই জোলােঙাত সুমায় আৰু আন এখন
(পুথিখন জপাই জোলোঙাত সুমায় আৰু আন এখন
উলিয়াই মেলি লয়।
উলিয়াই মেলি লয়।
তাৰ পাচত ৰােগীৰ পেটত হাতেৰে খামুচি
তাৰ পাচত ৰোগীৰ পেটত হাতেৰে খামুচি
চিঞৰি চিঞবি জাৰিবলৈ ধৰে। ৰােগীয়ে মাজে মাজে হাত
চিঞৰি চিঞবি জাৰিবলৈ ধৰে। ৰোগীয়ে মাজে মাজে হাত
ভৰি আছাৰি ছটফট কবে।
ভৰি আছাৰি ছটফট কবে।
পেটুৱা । শ্রীকৃষ্ণয়ে নমো ! শ্ৰীধন্বন্তৰিয়ে নমম। যৈসানি
পেটুৱা। শ্ৰীকৃষ্ণয়ে নমো! শ্ৰীধন্বন্তৰিয়ে নমম। যৈসানি
দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জটা ছিড়ি
দক্ষৰ দুহিতা দেহ এৰিলা। ক্ৰোধত মহাদেৱে জটা ছিড়ি
সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে
সিঞ্চি দিলা। সেহি জঁটা হন্তে ভূতগণ বাজ হৈলা। তেতিক্ষণে
দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল
দক্ষৰ পালি-প্ৰহৰীক বধ কৰিলা। মহাদেৱক পাচে বুলিল
গাের্সাই। আমি কৈক যাওঁ, থাকে কেন মতে খাই। শুনি
গোৰ্সাই। আমি কৈক যাওঁ, থাকে কেন মতে খাই। শুনি
মহাদেৱে বােলে নানারূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ,
মহাদেৱে বোলে নানাৰূপ ধৰি। জলসাই, থলসাই, হীৰা, বীৰ,
আদি কৰি। ভূত-প্রেত-পিশাঞ্চ-বেতাল।
আদি কৰি। ভূত-প্ৰেত-পিশাঞ্চ-বেতাল।
মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই
মহাকাল। তিনি-মুনি বাটত, শ্মশান-শালিত লৈবি ঠাই
পােতা নাদ-পুখুৰীত থাকিবি সােমাই। বৰ গছৰ পেৰেঙনি
পোতা নাদ-পুখুৰীত থাকিবি সোমাই। বৰ গছৰ পেৰেঙনি
থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।
থাকিবি বহি। ভৰত ডাল-পাত পৰিব খহি।
হই ময়। যদি কোনােবাই গছকে ছয়। লম্ভিবি তেতিক্ষন
হই ময়। যদি কোনোবাই গছকে ছয়। লম্ভিবি তেতিক্ষন
দেহাত তাৰ । তেজ মাংস চুহি খাবি দেহাৰ। কোনােবাই যা
দেহাত তাৰ। তেজ মাংস চুহি খাবি দেহাৰ। কোনোবাই যা
ব্ৰহ্মদৈত্য, কবৰ
ব্রহ্মদৈত্য, কবর
থাকিবি তাদে
থাকিবি তাদে