পৃষ্ঠা:পৰাচিত.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্রথম দৃশ্য ] পূৰা৮ি৩ বিহুৱা। আৰু ক'ত থাকিব ! জুয়ে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০৯:০২, ২৬ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম দৃশ্য ] পূৰা৮ি৩ বিহুৱা। আৰু ক'ত থাকিব ! জুয়ে পােৰা ঘটি-বাটি দুডােখৰমান পাইছে হ'বলা। ভেকোলা । গাওঁখনত কোনােমতে এজন মানুহ ভাল হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ পুৰি নায়ং নবস্ত্ৰ কৰিব । এইখন গাৱৰ আৰু কি উদগতি হ’ব । বিহুৱা। এইবােৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম নহয়। ধৰ্ম আছে, এদিন তাৰ গতি কাউ-েশগুণে নােখােৱা হ'ব, চাবি । ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই ! ঈশ্বৰে দেখােন তাক বৰকৈ বঢ়াই দিছে। বিহুৱা। যি বৰ ওপৰলৈ উঠ, সি পৰোতেও ভালকৈ একেচা লয়। তাৰে। গতি সেয়ে হ’ব । ভেকোলা। যাওঁচোন, ময়াে এবাৰ চায়েই আছে। ( প্রস্থান।) বিহুৱা। সি ধনব গবত পাপ-পুণ্য একো নমনা হৈছে পিচে সেই ধন বা কলৈ উৰি যায় । ( সুৰ লগাই গায়)-- ধনক ধনে কৰি পৰমে যতনে কৰি, ধন গ'ল উছলি ধন গ’ল পিছলি, লগত গ’ল দুছলি খৰি । (প্রস্থান। ) ধনকে ঘটিলি