পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
২৬

যোৱাৰ গম পাই তেওঁ মাত লগালে, "আই"! মই উত্তৰ দিলোঁ, "দেউতা"? সুধিলে, "কি কৰিছা আই?" মোক শোকে খুন্দা মাৰি ধৰিলে, মোৰ মাত নোলাল। দেউতাই আকৌ কলে, "আই? শুই থাকাঁগৈ"। মই গেন্‌গেনীয়াকৈ উত্তৰ দিলোঁ, "ভাল।"