পৃষ্ঠা:দদাইৰ পজা.pdf/৬৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো
{{gap}}ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো
কোনো ঠাইত যেতিয়া শেও মই মোৰ এখন কাণসাৰে থৈ
কোনো ঠাইত যেতিয়া শোঁও মই মোৰ এখন কাণসাৰে থৈ
শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি
শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি
খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী
খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী
১৩ নং শাৰী: ১৩ নং শাৰী:
শুনোঁ যে, কেটামান মানুহে ওচৰৰ খোটালী এটাতে মদ খাই
শুনোঁ যে, কেটামান মানুহে ওচৰৰ খোটালী এটাতে মদ খাই
কথা পাতি আছে। সিহঁতে “কুয়েকাৰ” “কুয়েকাৰ" বুলি
কথা পাতি আছে। সিহঁতে “কুয়েকাৰ” “কুয়েকাৰ" বুলি
কোৱা শুনিলোঁ হেনে জানি মই ভাবিলোঁ যে, অলপ পব
কোৱা শুনিলোঁ হেনে জানি মই ভাবিলোঁ যে, অলপ পৰ
তলকা মাৰি থাকোঁ চোন্ বাৰু কি হয় শুনোঁ। তাৰ পাছত
তলকা মাৰি থাকোঁ চোন্ বাৰু কি হয় শুনোঁ। তাৰ পাছত
শুনিলোঁ, ‘তেনেহলে সিহঁত কুয়েকাৰ বস্তিত। তেতিয়া মই
শুনিলোঁ, ‘তেনেহলে সিহঁত কুয়েকাৰ বস্তিত’। তেতিয়া মই
এখন কাণেৰে শুনা এৰি দুখন কাণেৰে শুনিবলৈ ধৰিলোঁ।
এখন কাণেৰে শুনা এৰি দুখন কাণেৰে শুনিবলৈ ধৰিলোঁ।


{{gap}}শুনিলোঁ এই। এই ডেকা-লৰাটীক কেন্টাকিৰ তাৰ গৰা-
{{gap}}শুনিলোঁ এই। এই ডেকা-লৰাটীক কেণ্টাকিৰ তাৰ গৰা-
কীৰ ওচৰলৈ পঠাই দিয়া হব। গৰাকীয়ে তাক উপযুক্ত
কীৰ ওচৰলৈ পঠাই দিয়া হব। গৰাকীয়ে তাক উপযুক্ত
শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব।
শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব।
আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত
আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত
-------
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
* ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে
কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়।
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}* ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে
কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়।