পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অকাজ-ভাগি থকা, টেঙ্গৰ possessing all manner of experiences good or vil, subtle. আকাজ-ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|অকাজ-ভাগি|৮|আগ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
অকাজ-ভাগি
থকা, টেঙ্গৰ possessing all manner of experiences good
থকা, টেঙ্গৰ possessing all manner of experiences good
or vil, subtle.
or evil, subtle.

আকাজ-ভাগী—বিণ, কাৰ্যভাগী নোহোৱা, ঔাত সূত বব নজনা তিৰোতা, অকৰ্মণ্য
আকাজ-ভাগী—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য তিৰোতা, an unaccomplished woman.
তিৰোতা, an unaccomplished woman.

আকাৰ ইকাৰ মতা—ক্ৰি, ( অকাৰ-ইঙ্গিত মত।] কথাৰে নামাতি আকাৰ
আকাৰ ইকাৰ মতা—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
ইঙ্গিতেৰে মতা, ঠাৰে-চিয়াৰে মত, to insinuate, to give an
ইঙ্গিতেৰে মতা, ঠাৰে-চিঁয়াৰে মতা, to insinuate, to give an
oblique hint.
oblique hint.

আকালৰ ভাত—বিং, দুৰ্ঘেৰ বিপদৰ যথোপযোগী সাহায্য, timely succour,
আকালৰ ভাত—বিং, দুৰ্ঘোৰ বিপদৰ যথোপযোগী সাহায্য, timely succour,
opportune relief.
opportune relief.

আকাশত চাং পত—ক্ৰি, খটা নোহোৱকৈ চাং পত', মূল সজুলি নোহোৱাকৈ
আকাশত চাং পতা—ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, মূল সঁজুলি নোহোৱাকৈ
কোনো বিষয় আলোচনা কৰা, to form an utorian scheme,
কোনো বিষয়ৰ আলোচনা কৰা, to form an utopian scheme.
আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰ বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা,

to aim at the impossible.
আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.
আকালো নোহোৱা ভড়ালো নোহোৱ!—বি, ধান সমুনি নাথাকিলে আকাল হয়,

অধিককৈ থাকিলে ভড়ালত সাঁচি থোৱা হয়। এতেকে,অতি
আকালো নোহোৱা ভঁড়ালো নোহোৱা—বিণ, ধান সমূলি নাথাকিলে আকাল হয়, অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি
দুখীয়া ও নহয় অতি চহকীও নহয় এনেৰূপ, মজলীয়া অৱস্থাপন্ন,
দুখীয়াও নহয় অতি চহকীও নহয় এনেৰূপ, মজলীয়া অৱস্থাপন্ন,
neither poor nor rich, of moderate means.
neither poor nor rich, of moderate means.

আকাশী চৰগ ভাগি পৰা—ক্তি, আকাশৰপৰা বজ্ৰপাত গোৱা, অৰ্থাৎ অকস্মাৎ
আকাশী চৰগ ভাগি পৰা—ক্ৰি, আকাশৰপৰা বজ্ৰপাত হোৱা, অৰ্থাৎ অকস্মাৎ
বিষম দুৰ্ঘটন: হোৱা, the fulling of a bolt from the blue.
বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.
আগ কৰা–কি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্বৰূপে সম্মুখলৈ বঢ়াই দিয়া;

ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সৰু কৰা, to
আগ কৰা–ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্বৰূপে সম্মুখলৈ বঢ়াই দিয়া;
ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to
acknowledge as leader, chief or representative; to
acknowledge as leader, chief or representative; to
put forward as a token of respect; to promise men
put forward as a token of respect; to promise men-
tally to make an offering as a mark of devotion,
tally to make an offering as a mark of devotion.

আগনি খাবণী টোপা—বিং, যি টোপা খাৰণী প্ৰথমে সৰে সেই টোপা খাৰণী
আগনি খাৰণী টোপা—বিং, যি টোপা খাৰণী প্ৰথমে সৰে সেই টোপা খাৰণী
অতি চোকা। এতেকে,অতি চোকা মানুহ, a scold.
অতি চোকা। এতেকে,—অতি চোকা মানুহ, a scold.
. আগ পাত আগ ঢাৰি—বিং, মানী লোক সবাহত সকলোৰে আগত ঢাবি অৰ্থাৎ

আসন দিয়া হয় আৰু সকলোতকৈ আগৈয়ে পাত অৰ্থাৎ মাহ-প্ৰসাদ দিয়া
আগ পাত আগ ঢাৰি—বিং, মানী লোকক সবাহত সকলোৰে আগত ঢাৰি অৰ্থাৎ আসন দিয়া হয় আৰু সকলোতকৈ আগৈয়ে পাত অৰ্থাৎ মাহ-প্ৰসাদ দিয়া হয়। এতেকে,—বিশিষ্ট সম্মান, foremost rank.
হয়। এতেকে,বিশিষ্ট সম্মান, foremost rank.

কাগ পিচ কি, কোনো বস্তু কোনো লোকৰ এবেলি আগলৈ নি
আগ পিচ কৰা—ক্ৰি, কোনো বস্তু কোনো লোকৰ এবেলি আগলৈ নি