পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৫ নং শাৰী: ৫ নং শাৰী:
দিয়াতে দেওক নামানো বুলি গণ্ডপ মাৰি তোপ ফে{{বঙালী ৰ}} কৰাত

সসৈন্যে পোত গল। তেতিয়াৰ পৰা {{SIC|হুনো|হেনো}} সেই পৰ্ব্বতৰ নাম

হিন্দুকুচ বা হিন্দু মৰা পৰ্বত হল। এই দৰে সুইজেৰ্লেণ্ড দেশৰ
হিন্দুকুচ বা হিন্দু মৰা পৰ্ব্বত হল। এই দৰে সুইজেৰ্লেণ্ড দেশৰ
অনেক গাওঁ বাগৰি পৰা হিম শিলাৰ দ্বাৰায় পোত গৈছে।

{{gap}}মেৰু কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্ব্বত বিলাকৰ
{{gap}}মে{{বঙালী ৰু}}ৰ কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্ব্বত বিলাকৰ
পৰাও নিহাৰ-বাহু নামে; কিন্তু তাত চিৰ-নিহাৰ সীমা সমুদ্ৰ

জলসীমাৰে সৈতে একে হৈছে বুলি নিহাৰ-বাহু পৰ্ব্বতৰ গাইদি নামি

আহি সমুদ্ৰৰ পানীত সোমায়। কিন্তু বৰফ পানীত কৈ পাতল

এই নিমিত্তে যি ডোখৰ পানীৰ তলত সোমায় সেই ডোখৰ ওপঙ্গিবৰ

কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিহাৰ-বাহু ভাগে আৰু ভগা
কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিহাৰ-বাহু ভাগে আ{{বঙালী ৰু}} ভগা
ডোথৰ সোঁতৰ লগত নিৰক্ষ বৃত্তৰ ফাললৈ উটি আহে। এই দৰে

উটি অহা বৰফ খণ্ডকে ইংৰাজীত “আইচ্‌-বৰ্গ” বোলে আমালোকে

“উটা বৰফ” বুলি নাম দিব পৰোহক। দুই মে{{বঙালী ৰু}}ৰ পৰা, ক্ৰমাগত
“উটা বৰফ” বুলি নাম দিব পাৰোহক। দুই মে{{বঙালী ৰু}}ৰ পৰা, ক্ৰমাগত
নৈত খৰি উটি অহাৰ দৰে, ডোখৰে ডোখৰে উটা বৰফ বিলাক

নিৰক্ষ বৃত্তৰ ফাললৈ সাগৰত উটি আহি থাকে; কোনো কোনো

ডোখৰ একোটা পৰ্ব্বতৰ-সমান ডাঙ্গৰ আৰু ওখ; আৰু দাঁতি বিলাক
ডোখৰ একোটা পৰ্ব্বতৰ-সমান ডাঙ্গৰ আ{{বঙালী ৰু}} ওখ; আৰু দাঁতি বিলাক
দেওৱালৰ দৰে থিয় কোনো ডোখৰে সাগৰৰ দ্বীপৰ নিচিনাকৈ

বহু যোজন ব্যাপি আহে। সূৰ্য্যৰ কিৰণ পৰি আৰ্চি যেন স্বচ্ছ বা