পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী
অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী
কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আ{{বঙালী ৰু}}
কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আ{{বঙালী ৰু}}
কক্ষৰ প্ৰতি তাৰ মেৰু দণ্ড আৰু অলপ হেলনীয়া হলে, আ{{বঙালী ৰু}} আমা
কক্ষৰ প্ৰতি তাৰ মে{{বঙালী ৰু}} দণ্ড আৰু অলপ হেলনীয়া হলে, আ{{বঙালী ৰু}} আমা
লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্তমান কালৰ দৰে পৃথিবী
লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্ত্তমান কালৰ দৰে পৃথিবী
ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ
ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ
গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আ{{বঙালী ৰু}} তেতিয়া জাৰ
গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আ{{বঙালী ৰু}} তেতিয়া জাৰ
কালিৰ চিৰ-নিহাৰ-বাহু বৰ্তমান কালৰ বিলাকত কৈ বহুত তললৈকে
কালিৰ চিৰ-নিহাৰ-বাহু বৰ্ত্তমান কালৰ বিলাকত কৈ বহুত তললৈকে
নামি আহিব আৰু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে
নামি আহিব আ{{বঙালী ৰু}} দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে
এনে লৰ এসময়ত আছিল।
এনে লৰ এসময়ত আছিল।


{{gap}}বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি
{{gap}}বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি
কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ পূৰ্ব্বে, ওপৰত কোৱা ভাৱটো
কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ {{SIC|পূব্বে|পূৰ্ব্বে}}, ওপৰত কোৱা ভাৱটো
পৃথিবীৰ আছিল। আৰু সেই সময়তে বহুত তললৈকে বৰ
পৃথিবীৰ আছিল। আ{{বঙালী ৰু}} সেই সময়তে বহুত তললৈকে বৰ
বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত {{SIC|বৰ্তমাণ|বৰ্তমান}} কালত
বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত {{SIC|বৰ্ত্তমাণ|বৰ্তমান}} কালত
নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা
নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা
পানীৰ সকলো {{বঙালী ৰূ}}পৰ ভিতৰত তুষাৰ আ{{বঙালী ৰু}} বৰফ {{বঙালী ৰূ}}পেই ভূমিৰ
পানীৰ সকলো {{বঙালী ৰূ}}পৰ ভিতৰত তুষাৰ আ{{বঙালী ৰু}} বৰফ {{বঙালী ৰূ}}পেই ভূমিৰ
বৰকৈ {{বঙালী ৰূ}}পান্তৰ কৰিছে।
বৰকৈ {{বঙালী ৰূ}}পান্তৰ কৰিছে।


{{gap}}পৰ্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে
{{gap}}পৰ্ব্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে
গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি
গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি
আহিবলৈ অপেক্ষা নকৰি যথেষ্ট {{বঙালী ৰূ}}পে ডাঙ্গৰ আৰু গধুৰ হলেই
আহিবলৈ অপেক্ষা নকৰি যথেষ্ট {{বঙালী ৰূ}}পে ডাঙ্গৰ আ{{বঙালী ৰু}} গধুৰ হলেই
পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি
পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি
থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে।
থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে।
বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে
বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে
পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে
পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে
ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক
ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই
ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক